ETV Bharat / state

5 হাজাৰ লোকৰ COVID পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হ'ব গোলাঘাট জিলাত

author img

By

Published : Aug 12, 2020, 6:09 PM IST

সমগ্ৰ অসমতে বুধবাৰে 1 লাখ লোকৰ COVID পৰীক্ষা কৰোৱাৰ পদক্ষেপ গ্ৰহণৰ সমান্তৰালকৈ, গোলাঘাটতো 5 হাজাৰ গৰাকী লোকৰ পৰীক্ষা কৰোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

COVID পৰীক্ষাৰ নমুনা সংগ্ৰহ
COVID পৰীক্ষাৰ নমুনা সংগ্ৰহ

গোলাঘাট, 12 আগষ্ট: বুধবাৰে সমগ্ৰ ৰাজ্যতে 1 লাখ লোকৰ COVID পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হ'ব ৷ ইয়াৰ লগত সংগতি ৰাখি বুধবাৰে গোলাঘাট জিলাত 5 হাজাৰ গৰাকী লোকৰ COVID পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হ'ব জানিবলৈ দিয়ে জিলা প্ৰশাসনৰ লোকে ৷ যাৰ বাবে বুধবাৰে জিলাখনৰ ভিন্ন প্ৰান্তৰ 27 টা COVID কেন্দ্ৰত স্থানীয় অঞ্চসমূহৰ বহু লোকে স্বাৱ প্ৰদান কৰি কৰ'ণা নিৰ্মূলৰ অৰ্থে ওলাই আহিল ৷

5 হাজাৰ লোকৰ COVID পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হ'ব গোলাঘাট জিলাত

সাধাৰণ জনতাৰ লগতে স্বাস্থ্য কৰ্মী, ভিন্ন চৰকাৰী দপ্তৰত কৰ্মৰত বিষয়া সকলো ওলাই আহিল স্বাৱ প্ৰদানৰ বাবে ৷ দিনৰ 12 বজালৈ জিলাখনত প্ৰায় 2 হাজাৰ লোকৰ পৰীক্ষা সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনৰ লোকে ৷

লগতে পঢ়ক: ক’ভিড-19 ৰ ক্ৰুটিপূৰ্ণ ব্যৱস্থাপনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰাক্তন আমোলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.