ETV Bharat / state

বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে গোলাঘাটবাসীয়ে

author img

By

Published : Sep 23, 2019, 6:09 PM IST

গোলাঘাটৰ বহু জনাঞ্চলত দৈনিক জাকে জাকে বন্যহস্তী প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰি আহিছে ৷ দেওবাৰে গোলাঘাটৰ মাধৱপুৰ অঞ্চলত এটা বৃহৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ৷

গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱ

গোলাঘাট,23 ছেপ্টেম্বৰঃৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ আতংক ৷ এতিয়া দিনে নিশাই গোলাঘাটত চলিছে বন্যহস্তীৰ উপদ্ৰৱ ৷ দেওবাৰে নিশা ৪০-৫০ জনীয়া এটা বৃহৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে বাৰীৰ কলগছ আৰু খেতিপথাৰ ৷ কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ । ইফালে হাতীৰ জাকে ঘৰৰ ভিতৰত খাই তহিলং কৰে ধান চাউল, আটাকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী ৷ লগতে ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ ভিতৰৰ আচবাব, বিচনা, কাঁহী বাতিকে ধৰি প্ৰায় সকলো বস্তু ।

গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱ

সম্প্ৰতি ৰাইজে নিজে হাতে হাতে জুই, বম, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰখন , খেতি পথাৰ । নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে ।নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে । স্থানীয় লোকসকলে হাতী খেদিবলৈ চেষ্টা কৰিও বিফল হয় ।

এনেদৰে এতিয়া নুমলীগড়ত ভয়াৱহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে । ইফালে খবৰ দিয়াৰ পিছতো বনকৰ্মী য়ে হাতী খেদিবলৈ নহাৰ অভিযোগ তুলি স্থানীয় লোকে ক্ষোভ উজাৰে বন বিভাগৰ ওপৰত । গোলাঘাটৰ বিভিন্ন অঞ্চলত এতিয়া এনেদৰেই তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷

Intro:গোলাঘাট মাধবপুৰ অব্যাহত আছে হাতী, মানুহৰ সংঘাত। নিশা হাতীৰ বৃহৎ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে বাৰীৰ কলগছ ,খেতি পথাৰ । কথমপি ৰক্ষা পৰে বহু কেইজন লোকৰ ।

Body:এই দৃশ্য গোলাঘাট মাধৱপুৰ অঞ্চলৰ। এতিয়া দিনে নিশাই গোলাঘাটত চলিছে বন্য হস্তীৰ উপদ্ৰপ ।দৈনিক জাকে জাকে বন্যহস্তী জনা্ঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ । নিশা ৪০-৫০ জনীয়া এটা বৃহ্ৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ । কথমপী প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ । ইফালে হাতীৰ জাকে ঘৰৰ ভিতৰত খাই তহিলং কৰে ধান চাউল, আটা । ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ ভিতৰৰ আচবাব, বিচনা, কাঁহী বাতিকে ধৰি সকলো বস্তু । এতিয়া ৰাইজে নিজে হাতে হাতে জুই, বম, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰ খন , খেতি পথাৰ ।নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে । স্থানীয় লোকসকলে খেদিবলৈ চেষ্টা কৰিও বিফল হয় । এনেদৰে এতিয়া নুমলীগড়ত ভয়াৱহ ৰূপ লৈছে হাতী,মানুহৰ সংঘাতে । ইফালে খবৰ দিয়াৰ পিছতো বনকৰ্মী য়ে হাতী খেদিবলৈ নহাৰ অভিযোগ । স্থানীয় লোকে ক্ষোভ উজাৰে বন বিভাগৰ ওপৰত । গোলাঘাট ৰ বিভিন্ন অঞ্চলত এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷

Conclusion:Bytes,2;: স্থানীয় লোক
গোলাঘাট পৰা চামিম আলি ,etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.