ETV Bharat / state

বোকাখাতত নিৰ্বাচনী প্ৰচাৰ মণিমাধৱ মহন্তৰ - অগপ -বিজেপি

বোকাখাত নাট্য মন্দিৰত অগপ-বিজেপিৰ মন্ত্ৰী-বিধায়কৰ উপস্থিতিত সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

মণিমাধৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 23, 2019, 9:02 PM IST

গোলাঘাট, 23 মাৰ্চ : আছুৰ পৰা পোনে পোনে অগপত যোগদান কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ বোকাখাতত নিৰ্বাচনী প্ৰচাৰ অগপ -বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ৷ শনিবাৰে গোলাঘাটৰ বোকাখাত নাট্যমন্দিৰত অগপ, বিজেপি আৰু গণশক্তি মিত্ৰজোঁটৰ প্ৰথমখন যৌথ সভা অনুষ্ঠিত হয় ৷ য'ত বিজেপি আৰু অগপৰ মন্ত্ৰী বিধায়কৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায় মিত্ৰজোঁটে । মিত্ৰজোঁটৰ এই যৌথ সভাত বিজেপি সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি অগপ-বিজেপিৰ বিধায়কৰ লগতেউপস্থিত থাকে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙীয়া । ইপিনে উক্ত সভাতেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেকংগ্ৰেছ-এ আই ডি এফক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি উল্লেখ কৰে ৷

Golaghat 23.03.2019
SLUG : GOLAGHAT BOKAKHAT ELECTION CAMPAIGN
A_GLT_803_23MAR_GOLAGHAT_BOKAKHAT_ELECTION_CAMPAIGN_VISUAL_1_DIGANTA_SAHU
A_GLT_804_23MAR_GOLAGHAT_BOKAKHAT_ELECTION_CAMPAIGN_BYTE_1_DIGANTA_SAHU
A_GLT_805_23MAR_GOLAGHAT_BOKAKHAT_ELECTION_CAMPAIGN_BYTE_2_DIGANTA_SAHU
A_GLT_806_23MAR_GOLAGHAT_BOKAKHAT_ELECTION_CAMPAIGN_BYTE_3_DIGANTA_SAHU
O.C. :  আছুৰ পৰা পোনে পোনে অগপত যোগদান কৰি বোকাখাতত  নিৰ্বাচনৰ প্ৰথম প্ৰচাৰ চলালে মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তয়ে৷ বোকাখাট নাট্য মন্দিৰত বিজেপি আৰু অগপৰ মন্ত্ৰী বিধায়েকৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই মিত্ৰজোঁটে।
V.O. : শনিবাৰে গোলাঘাট জিলাৰ বোকাখাত নাট্যমন্দিৰত অগপ, বিজেপি আৰু গণশক্তি মিত্ৰজোঁটৰ প্ৰথমখন যৌথ সভা অনুষ্ঠিত হয়৷ সভাত উপস্থিত থাকে বিজেপি সভাপতি ৰঞ্জিত দাস বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মিচিং শ্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙিয়া আৰু বিধায়ক আঙুৰলতা ডেকা, মৃনাল শইকীয়া। সভাত ভাষণ প্ৰদান কৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে প্ৰা্ক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুত্ৰ স্নেহত বন্দী হৈ আজমলৰ সৈতে মিত্ৰতা কৰিব পাৰে কিন্তু বিজেপি আৰু অগপ ই দেশৰ উন্নয়নৰ স্বাৰ্থত কেতিয়াও মিত্ৰতা নকৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ লগতে অগপৰ সভাপতি জনে সাংবাদিকৰ আগত অগপৰ তিনিজন প্ৰাৰ্থী জয়ী হব বুলি তাপয্যপূণ্য মন্তব্য কৰে৷
Byte: Atul Bora(AGP president)
Byte: Ranjit Das(BJP president)
Byte:Poromanandra saringia(MAC chief excutive member)
বোকাখাতৰ পৰা শ্ৰীমন্ত বৰাৰ সহযোগত গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharart অসম।

বি: দ্ৰ: --- ভিজুৱেল বাইট ftpত গ'ল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.