ETV Bharat / state

গোলাঘাটত ড্ৰাগছ সৰবৰাহত জড়িত পতি-পত্নী

গোলাঘাটৰ থুৰামুখ কাঠকটীয়াত গোলাঘাট আৰক্ষীৰ অভিযান ৷ পতী পত্নী সহ গ্ৰেপ্তাৰ দিগন্ত হাজৰিকা আৰু ৰুমী হাজৰিকা ৷

ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান
author img

By

Published : Jul 1, 2019, 9:22 PM IST

গোলাঘাট, 1 জুলাইঃ ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ ব্যাপক অভিযান ৷ সোমবাৰে বিয়লি অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এহাল দম্পতীক । দিগন্ত হাজৰিকা আৰু ৰুমী হাজৰিকা নামৰ পতী পত্নীক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । গোলাঘাটত অবাধ গতিত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ইপিনে গোলাঘাট জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ কাৰ্যকালত ড্ৰাগছ ব্যৱসায়ীকে ধৰি অপৰাধ জগতৰ সৈতে জড়িত সকলৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰি অহাৰ ফলতেই অপৰাধমূলক ঘটনা বৃদ্ধি পোৱা বুলি অভিযোগ উথাপন হৈ আহিছে । শেহতীয়াকৈ গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰৰ নেতৃত্বত চলিছে অপৰাধীৰ বিৰুদ্ধে ব্যাপক অভিযান । যোৱা প্ৰায় দুটা মাহত ৪০ গৰাকী ড্ৰাগছ পেডলাৰ লগতে ২০ টা দুধৰ্ষ মটৰ চাইকেল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল গোলাঘাট আৰক্ষীয়ে ।

ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান

সোমবাৰেও গোলাঘাট আৰক্ষীয়ে ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এহাল দম্পতী । দীৰ্ঘদিন ধৰি নিজা বাসগৃহৰ পৰাই ড্ৰাগছৰ ব্যৱসায় চলাই অহা দম্পতীটোক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । দম্পতীটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিছু সংখ্যক হিৰ’ইন ।

Intro: ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে দিনে নিশাই অব্যাহত ৰাখিছে অভিযান । গোলাঘাটৰ থুৰামুখ কাঠকটীয়াত সোমবাৰে বিয়লি অভিযান চলাই গ্ৰেপ্তাৰ এটা দম্পতিক । দিগন্ত হাজৰিকা আৰু ৰুমী হাজৰিকা নামৰ পতী পত্নীক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে ।
Body:গোলাঘাটত অবাধ গতিত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । গোলাঘাট জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ কাৰ্যকালত ড্ৰাগছ ব্যৱসায়ীকে ধৰি অপৰাধ জগতৰ সৈতে জৰিত সকলৰ লগত সু সম্পৰ্ক ৰক্ষা কৰি অহাৰ ফলতেই অপৰাধমূলক ঘটনা বৃদ্ধি পোৱা বুলি অভিযোগ উথাপন হৈ আহিছে । শেহতীয়াকৈ গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰৰ নেতৃত্বত চলিছে অপৰাধীৰ বিৰুদ্ধে ব্যাপক অভিযান । যোৱা প্ৰায় দুটা মাহত কমেও ৪০ গৰাকী ড্ৰাগছ পেডলাৰ, কমেও ২০ টা দুধৰ্ষ মটৰ চাইকেল চোৰক গ্ৰেপ্তাৰ কৰি জেললৈ চালান দিছে গোলাঘাট আৰক্ষীয়ে । সোমবাৰেও গোলাঘাট আৰক্ষীয়ে ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা দম্পতি । দীৰ্ঘদিন ধৰি নিজা বাসগৃহৰ পৰাই ড্ৰাগছৰ ব্যৱসায় চলাই অহা দম্পতীটোক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । দিগন্ত হাজৰিকা আৰু ৰুমী হাজৰীকাৰ নামৰ পতী পত্নীক গ্ৰেপ্তাৰ কৰে গোলাঘাটৰ আৰক্ষীয়ে । দম্পতিটোৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে কিছু সংখ্যক হিৰোইন ।

Conclusion:Byte_আৰক্ষী বিষয়া
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.