ETV Bharat / state

গোলাঘাটত ড্ৰাগছ আসক্ত যুৱক আটক

author img

By

Published : Nov 20, 2019, 12:47 PM IST

ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান । গোলাঘাট আৰক্ষীয়ে গাঁৱে-নগৰে চলাই আছে এই অভিযান । নিশা ৱাটিং চাহ বাগিচাৰ এটা কৰ্মচাৰীৰ বাসগৃহত অভিযান চলাই 8 জন যুৱকক গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ ৱাটিং চাহ বাগিচাৰ কৌশিক বৰা, ফৰকাটিঙৰ হীৰকজ্যোতি বৰা, তেতেলীতলৰ চন্দন ফুকন আৰু গোলাঘাট পাঁচ আলিৰ পাৰ্থ শইকীয়া(১৬)।

গোলাঘাটত ড্ৰাগছ আসক্ত যুৱক আটক

গোলাঘাট, 20 নৱেম্বৰ: গোলাঘাটত ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান । গোলাঘাট আৰক্ষীয়ে গাঁৱে নগৰে চলাই আছে এই অভিযান । নিশা ৱাটিং চাহ বাগিচাৰ এটা কৰ্মচাৰীৰ বাসগৃহত অভিযান চলাই 8 জন যুৱকক গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ ৱাটিং চাহ বাগিচাৰ কৌশিক বৰা, ফৰকাটিঙৰ হীৰকজ্যোতি বৰা, তেতেলীতলৰ চন্দন ফুকন আৰু গোলাঘাট পাঁচ আলিৰ পাৰ্থ শইকীয়া(১৬)। এওঁলোক আটাইকেইটায়ে বাগিচাৰ কৰ্মচাৰীৰ বাসগৃহত ড্ৰাগছ সেৱন কৰি থকা আৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । এওঁলোকে ড্ৰাগছ সেৱন কৰাৰ উপৰিও ড্ৰাগছ সৰবৰাহৰ লগতো জৰিত থকাৰ কথা প্ৰকাশ কৰিছে গোলাঘাট আৰক্ষীয়ে ।

গোলাঘাটত ড্ৰাগছ আসক্ত যুৱক আটক

উল্লেখযোগ্য যে, গোলাঘাট নগৰত মৰাত্মাক ড্ৰাগছৰ ব্যৱসায়ে ছানি ধৰিছে । ড্ৰাগছৰ কবলত পৰি যুৱ প্ৰজন্মৰ জীৱন ধ্বংস হৈছে । যোৱা 7 দিনৰ ভিতৰত গোলাঘাট আৰক্ষীয়ে 20 টাৰো অধিক ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

Intro:গোলাঘাটত ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে ব্যাপক অভিযান । গোলাঘাট আৰক্ষীয়ে গাঁৱে নগৰে চলাই আছে এই অভিযান । নিশা ৱাটিং চাহ বাগিচাৰ এটা কৰ্মচাৰীৰ বাসগৃহত অভিযান চলাই ৪ জন যুৱকক গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ ৱাটিং চাহ বাগিচাৰ কৌশিক বৰা , ফৰকাটিংৰ হীৰকজ্যোতি বৰা, তেতেলীতলৰ চন্দন ফুকন আৰু গোলাঘাট পাঁচ আলিৰ পাৰ্থ শইকীয়া(১৬ )। এওঁলোক আটাই কেইটা বাগিচাৰ কৰ্মচাৰীৰ বাসগৃহত ড্ৰাগছ সেৱন কৰি থকা আৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এওঁলোকে ড্ৰাগছ সেৱন কৰাৰ উপৰিও ড্ৰাগছ পেডলাৰৰ কামও কৰে বুলি জনাই গোলাঘাট আৰক্ষীয়ে । উল্লেখযোগ্য যে গোলাঘাট নগৰত মৰাত্মাক ড্ৰাগছৰ ব্যৱসায় ছানি ধৰিছে । ড্ৰাগছ কবলত পৰি যুৱ প্ৰজন্ম জীৱন ধ্বংস কৰিছে। যোৱা ৭ দিনৰ ভিতৰত গোলাঘাট আৰক্ষীয়ে 20 ত কৈ অধিক ড্ৰাগছ পেডলাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।Body:Byte 1: পাৰ্থপ্ৰতিম শইকীয়া ( ডি.এচ.পি, গোলাঘাট)Conclusion:গোলাঘাট পৰা চামিম আলি,etv Bharat,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.