ETV Bharat / state

গোলাঘাটৰ বিশেষভাৱে সক্ষম লোকক ক’ভিড প্ৰতিষেধক প্ৰদান

author img

By

Published : Jun 8, 2021, 9:40 PM IST

গোলাঘাটৰ মৰঙিত বিশেষভাৱে সক্ষম লোকক ক’ভিড প্ৰতিষেধক (Covid Vaccine) প্ৰদান ৷ স্বাস্থ্যকৰ্মী সকলে প্ৰতিজন বিশেষভাৱে সক্ষম লোকক ঘৰৰ পৰা গাড়ীৰে অনাৰ লগতে হুইল চেয়াৰত আদৰি নি টীকাকৰণ কৰে ৷

disabled vaccination in golaghaton tuesday
গোলাঘাটৰ "বিশেষভাৱে সক্ষম লোকক" ক’ভিড প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভ

গোলাঘাট, 8 জুন : ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে (Health and Family Welfare) জাৰি কৰা স্বাস্থ্য বিভাগৰ নতুন নীতি নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যৰ বিশেষভাৱে সক্ষম লোক সকলক ক‘ভিডৰ টীকাকৰণ (Covid Vaccine)ৰ ব্যৱস্থা কৰিব লাগে ৷

সেই উদ্দেশ্য আগত ৰাখি গোলাঘাট জিলাৰ মৰঙি দীননাথ হাইস্কুলত স্থাপিত আদৰ্শ প্ৰতিষেধক কেন্দ্ৰত জিলাখনৰ বিশেষভাবে সক্ষম ব্যক্তিৰ টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ স্বাস্থ্যকৰ্মী সকলে প্ৰতিজন বিশেষভাৱে সক্ষম লোকক ঘৰৰ পৰা গাড়ীৰে অনাৰ লগতে হুইল চেয়াৰত আদৰি নি টীকাকৰণ কৰা প্ৰক্ৰিয়াৰ সকলোৱে শলাগ লৈছে ৷

যি সময়ত চিকিৎসক চিকিৎসা কৰ্মীক একাংশ অবিবেচক লোকে প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে ৷ সেই সময়ত এইসকল চিকিৎসক, চিকিৎসা কৰ্মীৰ সেৱাৰ মানসিকতাক সকলোৱে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : বেঁকী নৈৰ বুকুত চপৰা-চপৰে জাহ গ’ল এটা পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.