ETV Bharat / state

গোলাঘাটৰ এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাইজক - জৰাজীৰ্ণ গ্ৰাম্য পথ

গোলাঘাট মুৰফুলনিৰ পৰা দৈগ্ৰোং সংযোগী পথটোৰ এছোৱা 2009 চনতে পকী হ'ল যদিও ঘাইপথৰ লগত সংযোগ নোহোৱাত জীয়াতু ভূগিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে

গোলাঘাটৰ এটা জৰাজীৰ্ণ গ্ৰাম্য পথ
author img

By

Published : Apr 10, 2019, 2:53 PM IST

গোলাঘাট , 10 এপ্ৰিলঃ গোলাঘাট মৰঙিৰ এটা গুৰুত্বপূৰ্ণ পথ ৷ এই পথেৰে দৈনিক যাত্ৰীবাহী বাহনকে ধৰি শ শ যান বাহন চলাচল কৰে ৷ কেইবাখনো স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়ত কৰে এই পথেৰে ৷ কিন্তু ৰাইজৰ অভিযোগ অনুসৰি এই গুৰুত্বপূৰ্ণ পথটো পকীকৰণ নোহোৱা বাবে গাঁৱবাসীয়ে বহু সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে ৷

গোলাঘাটৰ এটা জৰাজীৰ্ণ গ্ৰাম্য পথ

এই পথটো বৰ্তমানৰ শ্ৰেষ্ঠ সাংসদ বঁটা প্ৰাপ্ত গৌৰৱ গগৈৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট মৰঙিৰ এটা পথ ৷ ৰাইজৰ অভিযোগ যে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাৰি কিলোমিটাৰ নিলগৰ পথচোৱা আজিকোপতি পকীকৰণ নহ'ল । গোলাঘাট মুৰফুলনিৰ পৰা দৈগ্ৰোং সংযোগী পথটোৰ এছোৱা 2009 চনতে পকী হ'ল যদিও ঘাইপথৰ লগত সংযোগ নোহোৱাত অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভূগিব লগীয়া হৈছে বুলি জনাই গাঁৱবাসীয়ে ৷ সেয়ে ভুক্তভোগী ৰাইজে এই পথচোৱা পকীকৰণ কৰিবৰ বাবে চৰকাৰক আহ্বান জনায় ৷

Intro:শ্ৰেষ্ঠ সাংসদৰ পুজি ঘুৰি যায় তথাপি চকুত নপৰে এনেবোৰ ঠাই । গোলাঘাট মৰঙিৰ এটা গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ। যিটো পথেৰে যাত্ৰীবাহী বাহনকে ধৰি দৈনিক শ শ যান বাহন চলাচল কৰে। অহা যোৱা কৰে কেইবাখনো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী।
পথটো হ'ল বৰ্তমানৰ শ্ৰেষ্ঠ সাংসদ বঁটাপ্ৰাপ্ত লোকসভা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট মৰঙিৰ এটা গ্ৰাম্য পথ। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাৰি কিলোমিটাৰ নিলগৰ পথচোৱা আজিকোপতি পকীকৰণ নহল । গোলাঘাট মুৰফুলনিৰ পৰা দৈগ্ৰোং সংযোগী পথটোৰ এছোৱা ২০০৯ চনতে পকী হল যদিও ঘাইপথৰ লগত সংযোগ নোহোৱাত অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে। গাঁওবাসীয়ে মাজে সময়ে নিজৰ নিজৰ পদুলিৰ মূৰৰ পুখুৰী সদৃশ গাঁত বিলাকৰ পৰা পানী ওলাবলৈ নলা কাটি দিয়ে যদিও দুই চাৰিদিনৰ মূৰত আকৌ একে অৱস্থা হয়। সেয়ে ভূক্তভোগী ৰাইজে পথচোৱা পকীকৰণৰ বাবে চৰকাৰক আহ্বান জনাইছে।Body:BYTE 1: আয়োজক
BYTE 2 : আয়োজকConclusion:গোলাঘাট সমষ্টিৰ পৰি চামিম আলি ETV BHARAT , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.