গোলাঘাট, 8 জুলাইঃ গোলাঘাটৰ শাওতলী চাৰিআলিত উদ্ধাৰ মৃতদেহ ৷ শাওতলী চাৰিআলি সমীপত থকা ধনশিৰি নৈত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটো মহিলাৰ বুলি চিনাক্ত ৷ কিন্তু মৃতদেহটো উৱলি যোৱা বাবেই বৰ্তমান পৰ্যন্ত পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটোৰ ৷ গোলাঘাট আৰক্ষী আৰু এছডিআৰএ বাহিনীয়ে ধনশিৰি নদীত উটি অহা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে, মৃত মহিলা গৰাকীৰ পিন্ধনত আছিল চুৰিদাৰ ।
গোলাঘাটৰ শাওতলীত মৃতদেহ উদ্ধাৰ - assam news
উদ্ধাৰ হোৱা মৃতদেহটো মহিলাৰ বুলি চিনাক্ত ৷ কিন্তু মৃতদেহটো উৱলি যোৱা বাবেই বৰ্তমান পৰ্যন্ত পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
![গোলাঘাটৰ শাওতলীত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3781276-thumbnail-3x2-uuuul.jpg?imwidth=3840)
গোলাঘাটৰ শাওঁতলী মৃতদেহ উদ্ধাৰ
গোলাঘাট, 8 জুলাইঃ গোলাঘাটৰ শাওতলী চাৰিআলিত উদ্ধাৰ মৃতদেহ ৷ শাওতলী চাৰিআলি সমীপত থকা ধনশিৰি নৈত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটো মহিলাৰ বুলি চিনাক্ত ৷ কিন্তু মৃতদেহটো উৱলি যোৱা বাবেই বৰ্তমান পৰ্যন্ত পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটোৰ ৷ গোলাঘাট আৰক্ষী আৰু এছডিআৰএ বাহিনীয়ে ধনশিৰি নদীত উটি অহা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে, মৃত মহিলা গৰাকীৰ পিন্ধনত আছিল চুৰিদাৰ ।
গোলাঘাটৰ শাওঁতলী মৃতদেহ উদ্ধাৰ
গোলাঘাটৰ শাওঁতলী মৃতদেহ উদ্ধাৰ
Intro:Body:গোলাঘাট জিলাৰ শাওঁতলী চাৰি আলিৰ সমীপৰ ধনশিৰি নদীত উদ্ধাৰ মহিলাৰ মৃতদেহ। অচিনাক্ত মহিলাৰ মৃতদেহটো সম্প্ৰতি ওৱলি গৈছে। গোলাঘাট আৰক্ষী আৰু SDRF ৰ লোকে ধনশিৰি নদীত উটি অহা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত মহিলা গৰাকীৰ পিন্ধনত আছিল চুৰিদাৰ।Conclusion: