ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

দিনক দিনে গোলাঘাটত গঢ়ি উঠা ড্ৰাগছ ব্যৱসায়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ড্ৰাগছৰ গৰাহত এতিয়া সাঙুৰ খাই পৰিছে নৱ প্ৰজন্ম । গোলাঘাটৰ অলিয়ে গলিয়ে অতি সুলভ ভাৱে উপলব্ধ ড্ৰাগছৰ ব্যৱসায়ৰ ফলত ইজনৰ পিচত সিজন যুৱক মৃত্যুৰ কবলত পৰিছে ।

ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
author img

By

Published : Jun 10, 2019, 10:29 PM IST

গোলাঘাট, 10 জুন: গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । গোলাঘাটত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ । অতি শীঘ্ৰে গোলাঘাটত গঢ়ি উঠা ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ । উল্লেখযোগ্য যে, দিনক দিনে গোলাঘাটত গঢ়ি উঠা ড্ৰাগছ ব্যৱসায়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ড্ৰাগছৰ গৰাহত এতিয়া সাঙুৰ খাই পৰিছে নৱ প্ৰজন্ম । গোলাঘাটৰ অলিয়ে গলিয়ে অতি সুলভ ভাৱে উপলব্ধ ড্ৰাগছৰ ব্যৱসায়ৰ ফলত ইজনৰ পিচত সিজন যুৱক মৃত্যুৰ কবলত পৰিছে । তথাপিও কিন্তু কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰি সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাট ৰদালী পইণ্টত গোলাঘাট জিলা প্ৰশাসনৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ ।

ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

লগতে পঢ়ক: 192 ঘন্টাৰ পাচতো সন্ধান নাই বায়ুসেনাৰ AN-32 মালবাহী বিমানৰ

গোলাঘাট জিলা প্ৰশাসন হায় হায়, ড্ৰাগছ ব্যৱসায়ীক শীঘ্ৰেই শাস্তি প্ৰদান কৰক আদি বিভিন্ন শ্লো'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু অতি শীঘ্ৰে গোলাঘাটত ড্ৰাগছ ব্যবসায়িক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবি জনায় ।

Golaghat 10.06.2019
slug : as_glt_smss protest against drugs_vis_byte_7205572
O.C. : গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। গোলাঘাটত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছ বন্ধ কৰাৰ দাবীত  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। অতি শীঘ্ৰে গোলাঘাটত গঢ়ি উঠা ড্ৰাগছ ব্যবসায়িক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ। উল্লেখযোগ্য যে দিনক দিনে গোলাঘাটত গঢ়ি উঠা ড্ৰাগছ ব্যৱসায়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ড্ৰাগছৰ গৰাহত এতিয়া সাঙুৰ খাই পৰিছে নৱ প্ৰজন্ম। গোলাঘাটত অলিয়ে গলিয়ে অতি সুলভ ভাৱে উপলব্ধ ড্ৰাগছৰ ব্যৱসায়ৰ ফলত ইটোৰ পিচত সিটো যুৱক মৃত্যু কবলত পৰিছে। তথাপিও কিন্তু কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰি সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাট ৰদালী পইণ্টত গোলাঘাট জিলা প্ৰশাসনৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ। গোলাঘাট জিলা  প্ৰশাসন হায় হায়, ড্ৰাগছ ব্যবসায়িক শীঘ্ৰেই শাস্তি প্ৰদান কৰক আদি বিভিন্ন শ্লো'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু অতি শীঘ্ৰে গোলাঘাটত ড্ৰাগছ ব্যবসায়িক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই।
Byte 1: নেতা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.