ETV Bharat / state

বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলৰ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী - সৰুপথাৰত বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলৰ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী

সৰুপথাৰত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলৰ অনশন কাৰ্যসূচী ৷ মঙলবাৰে পুৱা 5 বজাৰ পৰা ১২ ঘন্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে ভকত বৈষ্ণৱসকলে ।

CAA protest at golaghat sarupothar
সৰুপথাৰত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী
author img

By

Published : Jan 7, 2020, 3:40 PM IST

সৰুপথাৰ,7 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ মঙলবাৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলে ৷ 33 টা নামঘৰৰ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ মঙলবাৰে পুৱা 5 বজাৰ পৰা 12 ঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী কৰে ৷ তেওঁলোকে প্ৰাৰ্থনা লৈ চৰকাৰৰ সুমতিৰ কামনা কৰে ৷ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ আগতে চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈ আইনখনৰ বাতিল কৰি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবী তোলে বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলে ৷

সৰুপথাৰত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী

আৰু পঢ়ক : গোলাঘাট জিলাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ

Intro:উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বাতিল আৰু স্হগিতাদেশৰ ওপৰত শুনানি দিয়াৰ তাৰিখ চমু চাপি আহিছে সিমানেই এই আইন খনৰ বিৰুদ্ধে চহৰে নগৰে প্ৰতিবাদৰ ঢৌ দিনক দিনে বৃদ্ধি পাই আহিছে |Body:আজি সৰুপথাৰৰ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ৩৩ টা নামঘৰৰ একত্ৰিত হৈ প্ৰতিষ্ঠা কৰা বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলে পূৱা পাঁচ বজাৰ পৰা ১২ ঘন্টীয়া অনশন কাৰ্যসূচী লৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বাতিলৰ দাবী কৰে | তেওঁলোকে প্ৰাৰ্থনা লৈ চৰকাৰৰ সুমতিৰ কামনা কৰে ভকত বৈষ্ণৱ সকলে | যদি চৰকাৰে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ আগতে বিশেষ ব্যৱস্হা হাতত লৈ আইনখনৰ বাতিল কৰি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবী তোলে
Conclusion:BYTE :- ভকত
BYTE :- ভকত
BYTE :- ভকত
BYTE :- ভকত

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.