ETV Bharat / state

গোলাঘাটত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল যাত্ৰীবাহী নৈশ বাছ

গোলাঘাটত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী নৈশ বাছ ৷ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাছখন ৷ কম বেছি পৰিমাণে আহত প্ৰায় 10 গৰাকী যাত্ৰী ৷

গোলাঘাটত দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছ
author img

By

Published : May 7, 2019, 1:14 PM IST

গোলাঘাট, 7 এপ্ৰিল : গোলাঘাট কমাৰগাঁৱৰ পানীদিহিঙীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল যাত্ৰীবাহী নৈশ বাছৃ । AS-01-HC-9246 নম্বৰৰ "অনুৰাগ "নামৰ নৈশ বাছখনে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাতে কমাৰগাঁৱৰ পানীদিহিঙীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা দুৰ্ঘটনাত পতিত হয় বাছখন ।

গোলাঘাটত দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছ

উক্ত বাছ দুৰ্ঘটনাত হতাহত হয় প্ৰায় 10 গৰাকীকৈ বাছ যাত্ৰী ৷ ইপিনে দুৰ্ঘটনাৰ খৱৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে বোকাখাতলৈ প্ৰেৰণ কৰে ৷

Intro:গোলাঘাট কমাৰগাঁৱৰ পানীদিহিঙীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী নৈশ বাছৰ ভয়ংকৰ দুৰ্ঘটনা। AS-01-HC-9246 নম্বৰৰ "অনুৰাগ "নামৰ নৈশ বাছ খনে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত কমাৰগাঁৱৰ পানীদিহিঙীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা প্ৰায় ৩\৪৫ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পথতে বাছ খন বাগৰি পৰে। আহত যাত্ৰী সকলক উন্নত চিকিৎসাৰ বাবে বোকাখাতলৈ কমাৰগাঁও আৰক্ষীয়ে প্ৰেৰণ কৰে। বাছ খনৰ প্ৰায় ৮-১০ জন যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় । আঘাত প্ৰাপ্ত যাত্ৰী সকলক আৰক্ষীয়ে চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়া হয় । Body:Byte 1: আৰক্ষী বিষয়াConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ETV BHARAT, অসম

8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.