ETV Bharat / state

কমবয়সীয়া বাইক আৰোহীক নাকী লগোৱাৰ চেষ্টা গোলাঘাট আৰক্ষীৰ

গোলাঘাটৰ কলেজীয়া ছাত্র ছাত্ৰীয়ে তীব্র বেগেৰে মটৰ চাইকেল চলোৱাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা লাভ কৰি আহিছিল আৰক্ষীয়ে। সেই অভিযোগৰ ভিত্তিত গোলাঘাটৰ আৱৰ্ত ভৱনৰ সন্মুখত ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ বাইক চালকৰ অনুজ্ঞাপত্ৰ তালাচী চলাই গোলাঘাটৰ আৰক্ষীৰ যান-বাহন শাখাই। কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে তীব্ৰ বেগেৰে বাইক চলোৱা নিয়ন্ত্ৰণ কৰিবলৈ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰাৰ লগতে হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে জৰিমনা বিহে

GOLAGAHT
author img

By

Published : Jun 27, 2019, 4:15 PM IST

গোলাঘাট,27 জুন : তীব্ৰ বেগত বাইক চলোৱা কলেজীয়া ছাত্র ছাত্ৰীক নাকী লগোৱাৰ চেষ্টা গোলাঘাট আৰক্ষীৰ। গোলাঘাট আৰক্ষীৰ যান বাহন শাখা আৰু জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ অভিযান। গোলাঘাটৰ কলেজীয়া ছাত্র ছাত্ৰীয়ে তীব্র বেগেৰে মটৰ চাইকেল চলোৱাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা লাভ কৰি আহিছিল আৰক্ষীয়ে। সেই অভিযোগৰ ভিত্তিত গোলাঘাটৰ আৱৰ্ত ভৱনৰ সন্মুখত ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ বাইক চালকৰ অনুজ্ঞাপত্ৰ তালাচী চলাই গোলাঘাটৰ আৰক্ষীৰ যান-বাহন শাখাই। কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে তীব্ৰ বেগেৰে বাইক চলোৱা নিয়ন্ত্ৰণ কৰিবলৈ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰাৰ লগতে হেলমেট পৰিধান নকৰা সকলক জৰিমনা বিহে আৰক্ষীয়ে। এই অভিযানত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত অনুজ্ঞাপত্ৰ পোৱা নাছিল আৰক্ষীয়ে। ইয়াৰ উপৰিও তীব্ৰ বেগত বাইক চলাই অহা সকলক সতৰ্ক কৰি দিয়ে গোলাঘাট আৰক্ষী আৰু জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ পৰিদৰ্শকে। অনুজ্ঞাপত্ৰ অবিহনে স্কুটি আৰু বাইক চলোৱা সকলৰ ওপৰত জৰিমনা বিহা হয়। এই অভিযানত নগৰখনত ছাত্ৰ ছাত্ৰীৰ উপৰিও একাংশ মহিলাক হেলমেট পৰিধান নকৰাকৈ আৰু অনুজ্ঞাপত্ৰ অবিহনে স্কুটি চলোৱা দেখা গৈছিল।

বাইক আৰোহীক নাকী লগোৱাৰ চেষ্টা গোলাগাট আৰক্ষীৰ

Intro:তীব্ৰ বেগত বাইক চলোৱা কলেজীয়া ছাত্র ছাত্ৰীক নাকি লগোৱাৰ চেষ্টা গোলাঘাট আৰক্ষীৰ। গোলাঘাট আৰক্ষীৰ যান বাহন শাখা আৰু জিলা পৰিবহন বিষয়া কাৰ্যালয়ে চলাইছে এই প্ৰচেষ্টা। গোলাঘাটৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আছে তীব্ৰ বেগেৰে বাইক চলোৱাৰ অভিযোগ।Body:গোলাঘাটৰ কলেজীয়া ছাত্র ছাত্ৰীয়ে তীব্র বেগেৰে মটৰ চাইকেল চলোৱাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা লাভ কৰি আহিছিল আৰক্ষীয়ে। সেই অভিযোগৰ ভিত্তিত গোলাঘাটৰ আৱৰ্ত ভৱনৰ সন্মুখত ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ বাইক চালকৰ অনুজ্ঞাপত্ৰ তালাচী চলাই গোলাঘাটৰ আৰক্ষীৰ যান-বাহন শাখাই। কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে তীব্ৰ বেগেৰে বাইক চলোৱা নিয়ন্ত্ৰণ কৰিবলৈ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰাৰ লগতে হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে জৰিমনা বিহি শাস্তি প্ৰদান কৰে। এই অভিযানত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত অনুজ্ঞাপত্ৰ পোৱা নাছিল আৰক্ষীয়ে। ইয়াৰ উপৰিও তীব্ৰ বেগত বাইক চলাই অহা সকলক সতৰ্ক কৰি দিয়ে গোলাঘাটৰ আৰক্ষী আৰু জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ পৰিদৰ্শকে। অনুজ্ঞাপত্ৰ অবিহনে স্কুটি আৰু বাইক চলোৱা সকলৰ ওপৰত জৰিমনা বিহা হয়। এই অভিযানত নগৰখনত ছাত্ৰ ছাত্ৰীৰ উপৰিও একাংশ মহিলাক হেলমেট পৰিধান নকৰাকৈ আৰু অনুজ্ঞাপত্ৰ অবিহনে স্কুটি চলোৱা দেখা গৈছিল। গোলাঘাট আৰক্ষীৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লয়। Conclusion:Byte 1: যান-বাহন আৰক্ষী
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.