ETV Bharat / state

পবিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰত আঠু ল'লে মন্ত্ৰী অতুল বৰাই

author img

By

Published : Aug 25, 2019, 5:12 PM IST

আজি পবিত্ৰ ভাদ মাহৰ সপ্তম দিন । দেওবাৰে আঠখেলীয়া নামঘৰত উপস্থিত হ'ল মন্ত্ৰী অতুল বৰা ।

মন্ত্ৰী অতুল বৰা

গোলাঘাট, 25 আগষ্টঃ আজি পবিত্ৰ ভাদ মাহৰ সপ্তম দিন । মত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ । দেওবাৰে গোলাঘাটৰ লগতে দূৰ দুৰণিৰ পৰা অহা লক্ষাধিক ভকত প্ৰাণ বৈষ্ণৱ বান্ধৱেৰে ভৰি পৰিছে আঠখেলীয়া নামঘৰ । সমানে লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰি আপ্যায়ন কৰে নামঘৰ পৰিচালনা সমিতিয়ে । ভাদ মাহৰ পৱিত্ৰ দিনটোত আঠখেলীয়া নামঘৰত ভগবানৰ সেৱা ল'বলৈ উপস্থিত হ'ল মন্ত্ৰী অতুল বৰা । ভগৱানৰ শ্ৰীচৰণত বন্তি , ধূপ , শৰাই , নৈৱদ্য আগবঢ়াই মনৰ কামনা সিদ্ধিৰ বাবে আঠখেলীয়া নামঘৰৰ বুঢ়া ডাঙৰীয়াৰ ওচৰত আঠু ল'লে মন্ত্ৰীগৰাকীয়ে । সেৱা লৈ ভকতৰ লগত সমানে হাত চাপৰি বজায় শ্ৰীহৰিৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিলে মন্ত্ৰী অতুল বৰাই ।

Intro:আজি পৱিত্ৰ ভাদ মাহৰ সপ্তম দিন । ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ এতিয়া পৰিনত মত্যৰ বৈকুণ্ঠপুৰীত । গোলাঘাটৰ লগতে দুৰ দুৰণিৰ পৰা অহা লক্ষাধিক ভকত প্ৰাণ বৈষ্ণৱ বান্ধৱেৰে আজি ভৰি পৰিল আঠখেলীয়া নামঘৰ । সমানে লক্ষ্য লক্ষ্য ভকত বৈষ্ণৱক আদৰি অপ্যায়ন কৰে নামঘৰ পৰিচালনা সমিতিয়ে । ভাদ মাহৰ পৱিত্ৰ দিনটোত আজি ভকত বৈষ্ণৱেৰে বিৰ দি বাট নোপোৱা আঠখেলীয়া নামঘৰত সেৱা লবৰ বাবে উপস্থিত হল মন্ত্ৰী অতুল বৰা । ভগৱানৰ শ্ৰীচৰণত বন্তি , ধূপ , শৰাই , নৈৱদ্য আগবঢ়াই মনৰ কামনা সিদ্ধিৰ বাবে আঠু ললে আঠখেলীয়া নামঘৰৰ বুঢ়া ডাঙৰীয়াৰ ওচৰত । সেৱা লৈ ভকতৰ লগত সমানে হাত চাপৰি বজায় শ্ৰীহৰিৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিলে মন্ত্ৰী অতুল বৰাই । একেদৰে মন্ত্ৰী বৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে যাতে ৰাজ্যখনৰ সকলোৰে মঙ্গল হয় ।Body:অন্যহাতে দুৰ দুৰণিৰ পৰা অহা ভকত বৈষ্ণৱ তথা যুৱক যুৱতী সকলেও মনৰ কামনা সিদ্ধিৰ বাবে এই ভাদ মাহৰ আজিৰ দিনটোতেই বন্তি জ্বলাই সেৱা ললে আঠখেলীয়া নামঘৰত । Conclusion:Byte 1-- অতুল বৰা , মন্ত্ৰী
Byte-2 - যুৱতী / মহিলা
Byte 3 - যুৱক

গোলাঘাট পৰা চামিম।আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.