ETV Bharat / state

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - etv bharat assam

গোলাঘাট শালমৰা চাহবাগিচাৰ ম্যাদী কৃষি ভূমি অবৈধ ভাৱে বিক্ৰী কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰা হয় ৷

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : May 28, 2019, 2:47 PM IST

গোলাঘাট , 28 মে': মঙলবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰে ৷ গোলাঘাট শালমৰা চাহবাগিচাৰ ম্যাদী কৃষি ভূমি অবৈধ ভাৱে বিক্ৰী কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰা হয় ৷

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বোকাখাত, দেৰগাঁও, সৰুপথাৰ, বৰপথাৰ সমিতিৰ সহযোগত অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে এই ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে 'বিজেপি চৰকাৰ হায় হায়' , 'জিলা প্ৰশাসন কাম নাই' , 'শ্ৰম বিভাগ গ' বেক' আদি বিভিন্ন চৰকাৰ বিৰোধী স্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ ইয়াৰোপৰিও তেওঁলোকে প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰি কয় যে, যদিহে চৰকাৰে এনে কুচক্ৰান্ত বন্ধ নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু তাৰ বাবে বৰ্তমানৰ চৰকাৰ জগৰীয়া হ'ব ৷

Golaghat 28.05.2019
slug : as_glt_attsa protest_vis_byte_7205572
O.C. : গোলাঘাট শালমৰা  চাহবাগিচাৰ ম্যাদী কৃষি ভূমি অবৈধ ভাবে বিক্ৰী কৰাৰ প্ৰতিবাদত মংগল বাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত বোকাখাত, দেৰগাঁও, সৰুপথাৰ, বৰপথাৰ সমিতিৰ সহযোগত গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দুঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰে। বিজেপি চৰকাৰ হায় হায়, জিলা প্ৰশাসন কাম নাই, শ্ৰম বিভাগ গ' বেক আদি চৰকাৰ বিৰোধী বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰি এই বুলি মন্তব্য কৰে যদিহে চৰকাৰে এনে কুচক্ৰান্ত বন্ধ নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু তাৰ বাবে জগৰীয়া হব বৰ্তমান চৰকাৰ বুলিও সংগঠনটোৱে লগতে মন্তব্য কৰে।
Byte 1: উমাশংকৰ কুৰ্মী, সম্পাদক, জিলা সমিতি।
Byte 2: জগদীশ বৰাইক, সভাপতি, জিলা সমিতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.