ETV Bharat / state

গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 2, 2019, 2:21 PM IST

গোলাঘাট নুমলীগড় শোধনাগাৰ মূখ্যদ্বাৰত বহু কেইটা সংগঠনৰ উত্তাল প্ৰতিবাদ । কেন্দ্ৰীয় চৰকাৰে ৪৩ৰ শ্ৰম আইন বাতিল কৰাৰ বিৰোধিতা কৰি অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নকে আদি কৰি চাৰিটাকৈ সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ
  • গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ
  • নুমলীগড় ৰিফাইনেৰী ওৱৰ্কাৰ ইউনিয়নৰ লগতে বহু কেইটা সংগঠনৰ প্ৰতিবাদ
  • কেন্দ্ৰীয় চৰকাৰে ৪৩ ৰ শ্ৰম আইন বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ
    গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ
  • চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে
  • প্ৰতিবাদত শতাধিক সদস্য ৰ অংশগগ্ৰহণ

  • গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ
  • নুমলীগড় ৰিফাইনেৰী ওৱৰ্কাৰ ইউনিয়নৰ লগতে বহু কেইটা সংগঠনৰ প্ৰতিবাদ
  • কেন্দ্ৰীয় চৰকাৰে ৪৩ ৰ শ্ৰম আইন বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ
    গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ
  • চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে
  • প্ৰতিবাদত শতাধিক সদস্য ৰ অংশগগ্ৰহণ
Intro:গোলাঘাট নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত উত্তাল প্ৰতিবাদ ।
Body:গোলাঘাট নুমলীগড় শোধনাগাৰ মূখ্যদ্বাৰত বহু কেইটা সংগঠনৰ উত্তাল প্ৰতিবাদ । কেন্দ্ৰীয় চৰকাৰে ৪৩ ৰ শ্ৰম আইন বাতিল কৰাৰ বিৰোধিতা কৰি নুমলীগড় ৰিফাইনেৰী ওৱকার্চ ইউনিয়ন, অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়ন, সদৌ অসম ওৱেলদাৰ এচচিয়েচন, নুমলীগড় শোধনাগাৰ ড্ৰাইভাৰ ইউনিয়ন ৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় চৰকাৰে ৪৩ ৰ শ্ৰম আইন চাৰিটা ভাগত বিভক্ত কৰিবলৈ লোৱা ব্যৱস্থাৰ বিৰোধিতা কৰিছে সংগঠনকেইটাই। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰৰ বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে মূখ্যদ্বাৰ । ইফালে এই শ্ৰমিক বিৰোধী শ্ৰম আইন সংশোধনী প্ৰস্তাৱ বাতিল নকৰিলে অনাগত সময়ত ভয়াবহ আন্দোলনৰ কায্যসূচী হাতত লব বুলি হুংকাৰ প্ৰদান কৰিছে । প্ৰতিবাদত শতাধিক সদস্য ৰ অংশগগ্ৰহন ।Conclusion:Byte 1 : প্ৰতিবাদকাৰী
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.