ETV Bharat / state

এখন ৰভাতলী আৰু 21 যোৰা দৰা-কইনা , ক’ত ? - community marriage

ৰঙাজান এডুকেচন ডেভেলপমেন্ট চ’ছাইটিৰ উদ্যোগত গোলাঘাটৰ ৰঙাজানত সম্পন্ন কৰা হ'ল সামূহিক বিবাহ কাৰ্যসূচী

গোলাঘাটত 21 যোৰা দৰা কইনায়ে লাভ কৰিলে আনুষ্ঠানিকভাৱে স্বামী স্ত্ৰীৰ মৰ্যদা
author img

By

Published : May 6, 2019, 6:20 PM IST

গোলাঘাট, 6 মেঃ গোলাঘাটৰ ৰঙাজানত সামূহিক বিবাহ সম্পন্ন ৷ ৰঙাজান বিষ্ণু মন্দিৰত সম্পন্ন হ'ল মুঠ 21 যোৰা দৰা কইনাৰ সামূহিক বিবাহ ৷ দৰিদ্ৰতা আৰু বিভিন্ন অসুবিধাৰ বাবে বিবাহ সম্পন্ন নোহোৱা 21 হাল দম্পত্তিয়ে লাভ কৰিলে আনুষ্ঠানিকভাৱে স্বামী-স্ত্ৰীৰ মৰ্যদা ৷ এই সন্দৰ্ভত চাওঁক দিগন্ত চাহুৰ এক প্ৰতিবেদন....

গোলাঘাটত 21 যোৰা দৰা কইনায়ে লাভ কৰিলে আনুষ্ঠানিকভাৱে স্বামী স্ত্ৰীৰ মৰ্যদা

গোলাঘাট, 6 মেঃ গোলাঘাটৰ ৰঙাজানত সামূহিক বিবাহ সম্পন্ন ৷ ৰঙাজান বিষ্ণু মন্দিৰত সম্পন্ন হ'ল মুঠ 21 যোৰা দৰা কইনাৰ সামূহিক বিবাহ ৷ দৰিদ্ৰতা আৰু বিভিন্ন অসুবিধাৰ বাবে বিবাহ সম্পন্ন নোহোৱা 21 হাল দম্পত্তিয়ে লাভ কৰিলে আনুষ্ঠানিকভাৱে স্বামী-স্ত্ৰীৰ মৰ্যদা ৷ এই সন্দৰ্ভত চাওঁক দিগন্ত চাহুৰ এক প্ৰতিবেদন....

গোলাঘাটত 21 যোৰা দৰা কইনায়ে লাভ কৰিলে আনুষ্ঠানিকভাৱে স্বামী স্ত্ৰীৰ মৰ্যদা
Intro:গোলাঘাটৰ ৰঙাজানত সামূহিক বিবাহ সম্পন্ন, ২১ জোৰা দৰা কইনায়ে লাভ কৰিলে আনুষ্ঠানিকভাৱে স্বামী স্ত্ৰীৰ মৰ্যদা। ৰঙাজান বিষ্ণু মন্দিৰত সম্পন্ন হয় সামূহিক বিবাহ কাৰ্যসূচী। দৰিদ্ৰতা আৰু বিভিন্ন অসুবিধাৰ বাবে বিবাহ সম্পন্ন হোৱা নাছিল এইসকলৰ। যুগ্ম জীৱনৰ আৰম্ভ কৰিও সামাজিক ভাৱে স্বামী স্ত্ৰীৰ মৰ্যদা লাভ কৰা নাছিল এই সকলে। অৱশেষত ৰঙাজান এডুকেচন ডেভল্পমেন্ট চছাইটিৰ উদ্যোগত সম্পন্ন কৰা হ'ল সামূহিক বিবাহ কাৰ্যসূচী। ৰঙাজানৰ ৰঙাজান এডুকেচন ডেভল্পমেন্ট চছাইটিৰ পদক্ষেপক শলাগ লৈছে অঞ্চল বাসীয়ে।


Body:differed live


Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.