ETV Bharat / state

গোলাঘাটত পুখুৰীত পৰি সলিল সমাধি 2 শিশুৰ

author img

By

Published : May 16, 2019, 8:02 PM IST

মৃত্যুৰ স'তে যুঁজি আছে এটি শিশু বৰ্তমানো সন্ধান নাই আন এটি শিশুৰ

গোলাঘাটত পুখুৰীত পৰি সলিল সমাধি 2 শিশুৰ

গোলাঘাট,16 মেঃ গোলাঘাটৰ দৈগ্ৰোঙ চাহ বাগিচাৰ পাৰ্বতিপুৰত সংঘটিত হয় এক কৰুণ ঘটনা

  • পুখুৰীত পৰি সলিল সমাধি 2 শিশুৰ
  • খেলি থকা অৱস্থাত হঠাতে পানীত পৰে তিনিটা শিশু
  • শিশু কেইটাক নুমলীগড় বিবেকানন্দ চিকিৎসালয় লৈ প্ৰেৰণ
  • মৃত্যুৰ স'তে যুঁজি আছে বন তাঁতী নামৰ শিশুটি
  • শিশু কেইটি ক্ৰমে বন তাঁতী,নিথিন তাঁতী,আৰু অৰ্জুন তাঁতী
  • কৰুণ মৃত্যুক সাৱতি লয় নিথিন তাঁতী, আৰু অৰ্জুন তাঁতী

Intro:গোলাঘাট দৈগ্ৰোঙ চাহবাগিচাৰ পাৰ্বতিপুৰ ত কৰুণ ঘটনা ।এটা পুখুৰীত পৰিল ৪ টাকৈ শিশু । তাৰে দুজন শিশুৰ কৰুণ মৃত্যু ।
নুমলীগড় ত শোকাবহ ঘটনা । এটা পুখুৰী ত পৰি মৃত্যু দুজন শিশুৰ । দৈগ্ৰোঙ চাহ বাগিচাৰ পাৰ্বতী পুৰ ত খেলি থকা অৱস্থাত হঠাতে পানীত পৰে কেইবাজনো শিশু । তাৰে তিনিজন শিশুক স্থানীয় ৰাইজে উদ্ধাৰ কৰি নুমলীগড় বিবেকানন্দ চিকিৎসালয় লৈ প্ৰেৰণ। শিশু তিনিটা ক্ৰমে বন তাঁতী(৫) নিথিন তাঁতী,(৬) আৰু অৰ্জুন তাঁতী (৫)। আৰু চিকিৎসা লয়তে কৰুণ মৃত্যুক সাৱতি লয় নিথিন তাঁতী,(৬) আৰু অৰ্জুন তাঁতী (৫)। ইফালে বৰ্তমানে মৃত্যুৰ সৈতে চিকিৎসা লয়ত যুঁজি থকা বন তাঁতীয়ে পুখুৰীত পৰা অৰ্জুন আৰু নিথিন ক বচাবলৈ গৈ নিজেও দ পানীত সোমাই পৰে । আনহাতে স্থানীয় লোকৰ সন্দেহ আৰু শিশু কেইটাৰ লগত আৰু এজন শিশু থকাৰ কিন্তু বৰ্তমান পর্যন্ত সন্ধান নাই আন শিশুটিৰ । ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোকে অব্যাহত ৰাখিছে অভিযান ।Body:byte 1 : স্থানীয় ব্যক্তি Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , Etv bharat , অসম
8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.