- দেৰগাঁৱত প্ৰধান শিক্ষকৰ উদ্ভণ্ডালি
- এজন দুজন নহয় চাৰিজনকৈ ছাত্ৰক গুৰুতৰ ভাৱে প্ৰহাৰ CSI নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ
- নিশা হোষ্টেলত সোমাই ছাত্ৰক প্ৰহাৰৰ কৰাৰ লগতে প্ৰহাৰ কৰিলে মহিলা শিক্ষয়িত্ৰীকো
দেৰগাঁৱত প্ৰধান শিক্ষকৰ উদ্ভণ্ডালি
দেৰগাঁও থানাৰ অন্তৰ্গত টকিৰাই চাপৰিত খ্ৰীষ্টান মিচনেৰিৰ দ্বাৰা পৰিচালিত CSI নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ চৰম উদ্ভণ্ডালি ৷ নিশা হোষ্টেলত সোমাই চাৰিগৰাকী ছাত্ৰক গুৰুতৰ ভাৱে মৰিয়াই আহত কৰে জেমচ দলেয়ে নামৰ প্ৰধান শিক্ষকজনে । ছাত্ৰক মাৰপিট কৰা কাৰ্যক বাধা প্ৰদান কৰাত শিক্ষয়িত্ৰী মিনা চাজিবকো গুৰুতৰ ভাৱে প্ৰহাৰ কৰে প্ৰধান শিক্ষকজনে ৷ পিচত আৰক্ষীক খবৰ দিয়াত নিশা দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আহত আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উক্ত ঘটনা সন্দৰ্ভত শুকুৰবাৰে দেৰগাঁও আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে শিক্ষয়ত্ৰী মিনা চাজিবে ৷ শিক্ষাৰ অধিকাৰ আইনক ভৰিৰে মোহাৰি শিক্ষয়ত্ৰীৰ গাত হাত দিয়া প্ৰধান শিক্ষকৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লয় সেইয়া হে লক্ষণীয় হব ।
দেৰগাঁৱত প্ৰধান শিক্ষকৰ উদ্ভণ্ডালি
- দেৰগাঁৱত প্ৰধান শিক্ষকৰ উদ্ভণ্ডালি
- এজন দুজন নহয় চাৰিজনকৈ ছাত্ৰক গুৰুতৰ ভাৱে প্ৰহাৰ CSI নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ
- নিশা হোষ্টেলত সোমাই ছাত্ৰক প্ৰহাৰৰ কৰাৰ লগতে প্ৰহাৰ কৰিলে মহিলা শিক্ষয়িত্ৰীকো
দেৰগাঁৱত প্ৰধান শিক্ষকৰ উদ্ভণ্ডালি
এজন দুজন নহয় চাৰিজনকৈ ছাত্ৰক গুৰুতৰ ভাৱে প্ৰহাৰ CSI নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ
নিশা হোষ্টেলত সোমাই ছাত্ৰক প্ৰহাৰৰ কৰাৰ লগতে প্ৰহাৰ কৰিলে মহিলা শিক্ষয়িত্ৰীকো
দেৰগাঁও থানাৰ অন্তৰ্গত টকিৰাই চাপৰিত খ্ৰীষ্টান মিচনেৰিৰ দ্বাৰা পৰিচালিত CSI নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ চৰম উদ্ভণ্ডালি ৷ নিশা হোষ্টেলত সোমাই চাৰিগৰাকী ছাত্ৰক গুৰুতৰ ভাৱে মৰিয়াই আহত কৰে জেমচ দলেয়ে নামৰ প্ৰধান শিক্ষকজনে । ছাত্ৰক মাৰপিট কৰা কাৰ্যক বাধা প্ৰদান কৰাত শিক্ষয়িত্ৰী মিনা চাজিবকো গুৰুতৰ ভাৱে প্ৰহাৰ কৰে প্ৰধান শিক্ষকজনে ৷
পিচত আৰক্ষীক খবৰ দিয়াত নিশা দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আহত আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উক্ত ঘটনা সন্দৰ্ভত শুকুৰবাৰে দেৰগাঁও আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে শিক্ষয়ত্ৰী মিনা চাজিবে ৷
শিক্ষাৰ অধিকাৰ আইনক ভৰিৰে মোহাৰি শিক্ষয়ত্ৰীৰ গাত হাত দিয়া প্ৰধান শিক্ষকৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লয় সেইয়া হে লক্ষণীয় হব ।