ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ আচুৰ্য বৰপাত্ৰ গোহাঁইৰ - আচুৰ্য বৰপাত্ৰগোহাঁইৰ

একেৰাহে তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা তৰুণ গগৈৰ দেহাৱসানত শোকস্তব্ধ শিল্পী সমাজ। মঙলবাৰে গোলাঘাটত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ আচুৰ্য বৰপাত্ৰগোহাঁইৰ

author img

By

Published : Nov 24, 2020, 4:54 PM IST

গোলাঘাট, ২৪ নৱেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ চিৰশান্তি কামনা কৰিলে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইয়ে। প্ৰবীন তথা বিচক্ষণ ৰাজনীতিবিদগৰাকীৰ সৰল ব্যক্তিত্বৰ বিষয়ে স্মৰণ কৰে শিল্পীগৰাকীয়ে। উল্লেখ্য যে, সোমবাৰে সন্ধিয়া গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ আচুৰ্য বৰপাত্ৰগোহাঁইৰ

কৰ'ণাত আক্ৰান্ত হোৱাৰে পৰা ক্ৰমাৎ অসুস্থ হৈ পৰিছিল। অৱশেষত চিৰবিদায় মাগে সুদক্ষ ৰাজনীতিবিদ গৰাকীয়ে। তেওঁৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ পৰিছে।

লগতে পঢ়ক:তৰুণ গগৈৰ মৃত্যুত ইমৰাণ শ্বাহৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.