ETV Bharat / state

গোলাঘাট চিকিৎসালয়ৰ আই চি ইউত বিকল এ চিঃ ৰোগীৰ হাহাকাৰ অৱস্থা - AC

প্ৰচণ্ড গৰমত প্ৰায় চাৰিটা শিশুৰ অৱস্থা জটিল হৈ পৰিছে বুলি জানিব পৰা গৈছে ।

গোলাঘাট চিকিৎসালয়ৰ আইচিইউত বিকল এ চি
author img

By

Published : Jul 2, 2019, 12:03 PM IST

গোলাঘাট,২ জুলাই : ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থাস্থ্য বিভাগত ভয়ংকৰ কাণ্ড। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। বিগত দুদিন ধৰি চিকিৎসালয় খনৰ শিশু ৰোগ বিভাগৰ আই চিই উত এ চি বিকল হৈ পৰাত ৰোগীয়ে হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'ব লগীয়া হৈছে ।

গোলাঘাট চিকিৎসালয়ৰ আইচিইউত বিকল এ চি

ৰোগীৰ অভিভাৱকৰ অভিযোগ অনুসৰি তেওঁলোকে আইচিইউৰ ভিতৰত বিচনী মাৰি ৰোগীক ৰখিব লগীয়া হৈছে। প্ৰচণ্ড গৰমত প্ৰায় চাৰিটা শিশুৰ অৱস্থা জটিল হৈ পৰিছে বুলি জানিব পৰা গৈছে । মুঠ ১২ টি কিশোৰ-কিশোৰী ভৰ্ত্তি হৈ থকা আই চিই উটোৰ ভিতৰত শিশু ৰোগী সকলৰ সৰহ সংখ্যক ৰোগীক অভিভাৱক সকলে আই চি ইউৰ বাহিৰত বিচনী মাৰি লৈ ফুৰা পৰিলক্ষিত হৈছে।

Intro:Body:ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থাস্থ্য বিভাগত ভয়ংকৰ কাণ্ড। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এই ভয়ংকৰ কাণ্ড। চিকিৎসালয় খনৰ শিশু ৰোগ বিভাগৰ আই চি ইউ ত বিকল এ চি । দুদিন ধৰি এ চি বিকল হৈ পৰাত ৰোগীৰ অৱস্থা হাহাকাৰ। আই চি ইউৰ ভিতৰত বিচনী মাৰি ৰোগীক ৰখিব লগা হৈছে অভিভাৱকে । প্ৰচণ্ড গৰমত প্ৰায় চাৰিটা শিশৰ অৱস্থা জটিল হৈ পৰিছে। মুঠ ১২ টি কিশোৰ কিশোৰী ভৰ্ত্তি হৈ থকা আই চি ইউ টোৰ ভিতৰত শিশু ৰোগী সকলৰ সৰহ সংখ্যক ৰোগীক বাহিৰত বিচনী মাৰি লৈ ফুৰিব লগা হৈছে অভিভাৱক সকলে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.