খুমটাই,4চেপ্তেম্বৰঃ চাহ শ্ৰমিকসকলৰ ২০১৮-১৯ বৰ্ষৰ ২০% বোনাচ আদায় দিয়াৰ দাবীত বুধবাৰে আটছা শাঁওতলী শাখা আৰু গৰঙা চাহ বাগিচাৰ শ্ৰমিকসকলৰ লগতে আটছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ শ্ৰমিকসকলকৰ অভিযোগ, বোনাচৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব দিয়া নাই মালিকপক্ষই ৷ শীঘ্ৰে এই সমস্যাৰ সমাধান নহ'লে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ ৷
প্ৰাপ্য বোনাছৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ - aatsa protest at khumtai for bonus
২০১৮-১৯ বৰ্ষৰ ২০% বোনাচ আদায় দিয়াৰ দাবীত বুধবাৰে আটছা শাঁওতলী শাখা আৰু গৰঙা চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ ৷
প্ৰাপ্য বোনাছৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ
খুমটাই,4চেপ্তেম্বৰঃ চাহ শ্ৰমিকসকলৰ ২০১৮-১৯ বৰ্ষৰ ২০% বোনাচ আদায় দিয়াৰ দাবীত বুধবাৰে আটছা শাঁওতলী শাখা আৰু গৰঙা চাহ বাগিচাৰ শ্ৰমিকসকলৰ লগতে আটছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ শ্ৰমিকসকলকৰ অভিযোগ, বোনাচৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব দিয়া নাই মালিকপক্ষই ৷ শীঘ্ৰে এই সমস্যাৰ সমাধান নহ'লে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ ৷
Intro:চাহ জনজাতি ছাএ সন্থা ,শাওতলী উপ শাখা উদ্যোগত আৰু চাহশ্ৰমিক ৰাইজৰ সহযোগত ২০% বোনাছৰ দাবীত ২ ঘণ্টীয়া ধৰ্ণা কায্যৰ্সূচি ৰূপায়ন।Body:
খুমটাইৰ গৰঙা চাহ বাগিচাত চাহ শ্ৰমিক আৰু আটছাৰ প্ৰতিবাদ ৷ শ্ৰমিকসকলৰ ২০১৮-১৯ বৰ্ষৰ ২০% বোনাচ আদায় দিয়াৰ দাবীত আটছা শাঁওতলী শাখা আৰু গৰঙা চাহ বাগিচাৰ শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ ৷ চাহ শ্ৰমিকসকলক মালিকপক্ষই এই বোনাচৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৷ অতি শীঘ্ৰে যদি এই সমস্যাৰ সমাধান নহয় তেতিয়া অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷Conclusion:Byte 1/চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক।
খুমটাইৰ পৰা দিপক হাজৰিকা।