ETV Bharat / state

বোকাখাতৰ এটা অ-গতানুগতিক ভোটকেন্দ্ৰ

59 নং বোকাখাত হিন্দী হাইস্কুলত অৱস্থিত এই বিশেষ ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত

বোকাখাতৰ এটা অগতানুগতিক ভোটকেন্দ্ৰ
author img

By

Published : Apr 11, 2019, 12:21 PM IST

বোকাখাত , 11 এপ্ৰিল : 11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাতৰ এটা বিশেষ ভোট গ্ৰহণ কেন্দ্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ 59 নং বোকাখাত হিন্দী হাইস্কুলত অৱস্থিত এই বিশেষ ভোটগ্ৰহন কেন্দ্ৰটো সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত কৰা হৈছে ৷

বোকাখাতৰ এটা অগতানুগতিক ভোটকেন্দ্ৰ

সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত এই ভোটগ্ৰহন কেন্দ্ৰটো এটা আদর্শ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে ৷ সেই উদ্দেশ্যে মহকুমা প্ৰশাসনে ভোট কেন্দ্ৰটো আটকধুনীয়াকৈ সজাই পৰাই তুলিছে ৷

Intro:বোকাখাতত আৰম্ভ ভোটদানৰ প্ৰক্ৰিয়াBody:11নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাতৰ এটা ভোট গ্ৰহণ কেন্দ্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। 59 নং বোকাখাত হিন্দী হাইস্কুলত অৱস্থিত ভোটগ্ৰহন কেন্দ্ৰটো সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত এটা আদর্শ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে। সেই উদ্দেশ্যে মহকুমা প্ৰশাসনে কেন্দ্ৰটো আটকধুনীয়াকৈ সজাই পৰাই তুলিছে।Conclusion:Byte: Presiding Officer
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.