ETV Bharat / state

গোলাঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি ড্ৰাগছ সৰবৰাহকাৰী

দেওবাৰে নিশা গোলাঘাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটা ড্ৰাগছ সৰবৰাহকাৰী ৷ জিলাখনৰ তেতেলীতল অঞ্চলত এখন ইণ্ডিগ' বাহনসহ গ্ৰেপ্তাৰ হয় তিনিওগৰাকী সৰবৰাহকাৰী ৷

তিনি ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Nov 25, 2019, 5:21 PM IST

গোলাঘাট, 25 নৱেম্বৰঃ গোলাঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী ৷ দেওবাৰে নিশাৰ ভাগত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজনকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷ গোপন খবৰৰ ভিত্তিত দেওবাৰে নিশা তেতেলীতল অঞ্চলত চলোৱা এক অভিযানৰ সময়তে কাৰায়ত্ত হয় তিনিওগৰাকী ড্ৰাগছ সৰবৰাহকাৰী ৷

লগতে পঢ়কঃ ডিভাইড অসম 50-50ৰে উত্তাল কোকৰাঝাৰ

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ডিমাপুৰৰ পৰা এখন ইণ্ডিকা গাড়ীৰে আহি থকা অৱস্থাত প্ৰায় লক্ষাধিক টকা মুল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় তিনিজন ড্ৰাগছ সৰবৰাহকাৰী ৷ গ্ৰেপ্তাৰ হোৱা তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক লিপিব্ৰত নাথ, দিগন্ত বৰা আৰু পাৰ্থপ্ৰতীম বৰা বুলি জনাইছে আৰক্ষীয়ে ৷ ইয়াৰে লিপিব্ৰত বৰাৰ নেতৃত্বতে গোলাঘাটত ড্ৰাগছৰ সৰবৰাহ চলি আহিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

Intro:Body:গোলাঘাটি ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে ব্যাপক অভিযান। নিশা গোলাঘাট আৰক্ষীয়ে তেতেলীতল অঞ্চলত অভিযান চলাই তিনিটা ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰে। এখন ইণ্ডিগ গাড়ীত অভিযান চলাই গ্ৰেপ্তাৰ তিনি ড্ৰাগছ পেডলাৰ। লিপিব্ৰত নাথ, দিগন্ত বৰা আৰু পাৰ্থ প্ৰতীম বৰাক গ্ৰেপ্তাৰ । ইয়াৰে লিপিব্ৰত নাথ আৰক্ষীৰ মষ্ট ৱান্টেড আছিল। এওঁলোকৰ জিম্মাৰ পৰা কিছু সংখ্যক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।Conclusion:Byte 1: আৰক্ষী বিষয়া।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.