ETV Bharat / state

লাডেনৰ মৃত্যু হোৱা নাই, জীৱিত আছে লাডেন! - বিধায়ক পদ্ম হাজৰিকা

লাডেন নামৰ হাতীটোক বিধায়ক পদ্ম হাজৰিকাই কৰায়ত্ত্ব কৰি বন বিভাগক চমজাই দিয়াৰ পাছত মৃত্যু হোৱাত স্বাভাৱিকতে জিলাখনৰ ৰাইজ স্বত্বিৰ নিশ্বাস পেলাইছিল যদিও পুনৰ অকলশৰীয়া হাতী এটাই হৰিণ ৰাভাক হত্যা কৰাৰ পাছতে প্ৰকৃত লাডেন জীৱিত হৈ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

গোৱালপাৰা
লাডেনৰ মৃত্যু হোৱা নাই, জীৱিত আছে লাডেন!
author img

By

Published : Dec 7, 2019, 1:03 PM IST

গোৱালপাৰা,7 ডিচেম্বৰঃ গোৱালপাৰাত পুনৰ হাতীৰ আক্ৰমণত নিহত এজন লোক। স্থানীয় ৰাইজৰ দাবী লাডেনৰ মৃত্যু হোৱা নাই লাডেন এতিয়াও জীৱিত আছে। লাডেনৰ আক্ৰমণতেই নিহত হৈছে হৰিন ৰাভা নামৰ ব্যক্তিগৰাকীৰ।

গোৱালপাৰাত পুনৰ হাতীৰ আক্ৰমণত নিহত এজন ব্যক্তিৰ। নিহত ব্যক্তিজন আগিয়া থানাৰ অন্তৰ্গত ১নং চামাগুৰি জংঘল ব্ল'কৰ হৰিণ ৰাভা বুলি চিনাক্ত। শুকুৰবাৰে সন্ধিয়া এটি অকলশৰীয়া হাতী এটাৰ আক্ৰমণত হৰিণ ৰাভা নামৰ ব্যক্তি গৰাকী নিহত হয় যদিও শনিবাৰে পুৱাহে উদ্ধাৰ হয় মৃতদেহটো। হৰিণ ৰাভাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোৱালপাৰা জিলাত।লাডেন নামৰ হাতীটোক বিধায়ক পদ্ম হাজৰিকাই কৰায়ত্ত্ব কৰি বন বিভাগক চমজাই দিয়াৰ পাছত মৃত্যু হোৱাত স্বাভাৱিকতে জিলাখনৰ ৰাইজ স্বত্বিৰ নিশ্বাস পেলাইছিল যদিও পুনৰ অকলশৰীয়া হাতী এটাই হৰিণ ৰাভাক হত্যা কৰাৰ পাছতে প্ৰকৃত লাডেন জীৱিত হৈ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

লাডেনৰ মৃত্যু হোৱা নাই, জীৱিত আছে লাডেন!

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া হৰিণ ৰাভা দৈনন্দিন মজুৰি কৰি ঘৰলৈ আহি থকা অৱস্থাত হাতীটোৱে আক্ৰমণ কৰি হত্যা কৰে। হৰিণ ৰাভাক হত্যা কৰাৰ পূৰ্বে এই হাতীটোৱে বুধিপাৰা গাঁৱৰ দুগৰাকী মহিলাক আক্ৰমণ কৰিছিল যদিও গাঁৱখনৰ ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে মহিলা দুগৰাকী।

লগতে চাওকঃঅসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

Intro:as_gol_07dec_801_goalpara_elephant_attack_1death_vis+byte_7203844.

Anchor:- গোৱালপাৰাত পুনৰ হাতীৰ আক্ৰমণত নিহত এজন।স্থানীয় ৰাইজৰ দাবী লাডেনৰ মৃত্যু হোৱা নাই লাডেন এতিয়াও জীৱিত আছে।লাডেনৰ আক্ৰমণতেই নিহত হৈছে হৰিন ৰাভাৰ।Body:as_gol_07dec_801_goalpara_elephant_attack_1death_vis+byte_7203844.

Anchor:- গোৱালপাৰাত পুনৰ হাতীৰ আক্ৰমণত নিহত এজন।স্থানীয় ৰাইজৰ দাবী লাডেনৰ মৃত্যু হোৱা নাই লাডেন এতিয়াও জীৱিত আছে।লাডেনৰ আক্ৰমণতেই নিহত হৈছে হৰিন ৰাভাৰ।

VO:- গোৱালপাৰাত পূণৰ হাতীৰ আক্ৰমণত নিহত এজন। নিহতজনক আগিয়া থানাৰ অন্তৰ্গত ১নং চামাগুৰি জংঘল ব্ল'কৰ হৰিণ ৰাভা বুলি চিনাক্ত। কালি সন্ধিয়া অকলশৰীয়া হাতী এটাৰ আক্ৰমণত হৰিণ ৰাভা নিহত হয় যদিও আজি পুৱাহে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। হৰিণ ৰাভাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোৱালপাৰা জিলাত। লাডেন নামৰ হাতীটোক বিধায়ক পদ্ম হাজৰিকাই কৰায়ত্ত্ব কৰি বন বিভাগক বুজাই দিয়াৰ পাছত মৃত্যু হোৱাত স্বাভাৱিকতে জিলাখনৰ ৰাইজ স্বত্বিৰ নিশ্বাস পেলাইছিল যদিও পূণৰ অকলশৰীয়া হাতী এটাই হৰিণ ৰাভাক হত্যা কৰাৰ পাছতে প্ৰকৃত লাডেন জীৱিত হৈ থকাৰ সন্দেহ কৰিছে ৰাইজে। প্ৰকাশ্য, কালি সন্ধিয়া হৰিণ ৰাভা দৈনন্দিন মজুৰি কৰি ঘৰলৈ আহি থাকোতে তেওঁক হাতীটোয়ে আক্ৰমণ কৰি হত্যা কৰে। হৰিণ ৰাভাক হত্যা কৰাৰ পূৰ্বে এই হাতীটোয়ে বুধিপাৰা গাঁৱৰ দুগৰাকী মহিলাক আক্ৰমণ কৰিছিল যদিও গাঁৱখনৰ ৰাইজৰ তৎপৰতাত ৰক্ষা পৰিছিল।

Byte:- নিহত গৰাকীৰ পত্নী।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টিভি ভাৰত অসম।Conclusion:Byte:- নিহত গৰাকীৰ পত্নী।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.