ETV Bharat / state

গোৱালপাৰাত শ্বহীদ নিধানুৰামৰ মৃত্যু বাৰ্ষিকী পালন

author img

By

Published : Nov 5, 2020, 8:53 PM IST

বৃহস্পতিবাৰে জাতীয় শ্বহীদ নিধানুৰাম ৰাজবংশীৰ 78 সংখ্যক মৃত্যু বাৰ্ষিকী পালন কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনৰ ৷ এই কাৰ্যসূচীত আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে শ্বহীদ পৰিয়ালটোক সম্বৰ্ধনা জনায় সন্মিলনে ৷

Tribute to Freedom fighter Martyr Nidhanu Ram Rajbangshi
গোৱালপাৰাত শ্বহীদ নিধানুৰামৰ মৃত্যু বাৰ্ষিকী পালন

গোৱালপাৰা,5 নৱেম্বৰ : গোৱালপাৰাত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ জাতীয় শ্বহীদ নিধানুৰাম ৰাজবংশীৰ 78 সংখ্যক মৃত্যু বাৰ্ষিকী পালন ৷ বৃহস্পতিবাৰে জাতীয় শ্বহীদ নিধানুৰামক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনে ৷

শ্বহীদ গৰাকীৰ স্মৃতিত দিনজোৰা কাৰ্যসূচী পালন কৰা হয় । কাৰ্যসূচী অনুযায়ী পতাকা উত্তোলন, বৃক্ষ ৰোপন, শ্বহীদ তৰ্পনৰ লগতে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে । ইয়াৰ পাচতে আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে শ্বহীদ পৰিয়ালটোক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক : মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাত আমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.