ETV Bharat / state

ৰাজ্যজুৰি বিজেপিৰ সদস্য ভৰ্তি অভিযান

author img

By

Published : Jul 6, 2019, 10:53 PM IST

বিভিন্ন ৰাজনৈতিক দলৰ সদস্য তথা প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ মনজিৎৰাভা, বি জে পিৰ নেতা ৰহিম জিব্ৰান সহ কেইবাগৰাকী কেইবা গৰাকীও নেতা ৷

টীয়কত পৰ্ব সদস্যতা অভিযান

নিউজডেস্ক, 6 জুলাইঃ টীয়কত বিজেপিৰ পৰ্ব সদস্যতা অভিযান ৷ সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰ্ব সদস্যতা অভিযানৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগতে যোৰহাটৰ টীয়ক সমষ্টিটো শনিবাৰে পৰ্ব-সদস্যতা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ উক্ত সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা তাচা ,অসম কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত বৰা, জিলা বিজেপিৰ সভাপতি জিতু হাজৰিকা আৰু টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ উপস্থিত থাকে ৷

টীয়কত পৰ্ব সদস্যতা অভিযান

আনহাতে, পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ নগৰতো অনুষ্ঠিত হয় পৰ্ব সদস্যতা অভিযান ৷ বিভিন্ন ৰাজনৈতিক দলৰ সদস্য তথা প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ মনজিৎৰাভা, বি জে পিৰ নেতা ৰহিম জিব্ৰান সহ কেইবাগৰাকী কেইবাগৰাকীও নেতা ৷

Intro:Body:টীয়কত বিজেপিৰ সংগঠন পৰ্ব/সদস্যতা অভিযান
TEOK:সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংগঠন পৰ্ব-সদস্যতা অভিযানৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগতে যোৰহাট জিলাৰ টীয়ক সমষ্টিটো আজি পৰ্ব- সদস্যতা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷উক্ত সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা তাচা ,অসম কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত বৰা , জিলা বিজেপিৰ সভাপতি জিতু হাজৰিকা আৰু টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ উপস্থিতত বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক দল সংগঠনৰ নেতা সদস্যই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।ভাৰতৰ সৰ্বপ্ৰকাৰৰ উন্নতিৰ বাবে বিভিন্ন নেতা পালিনেতা তথা বিশেষকৈ যুৱপ্ৰজন্মই বিজেপি দলৰ প্ৰতি দেখুওৱা আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে দলীয় প্ৰাথমিক সদস্য কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী সমগ্ৰ দেশতে গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তা মণ্ডলীয়ে আৰু এই নতুন সদস্যসকলে ভাৰতবৰ্ষক উন্নতিৰ উৰ্ধতম শিখৰলৈ লৈ যাব বুলি আশা কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.