ETV Bharat / state

নগৰবেৰাত অবৈধ লটাৰীৰ বিৰুদ্ধে অভিযানঃ পাঁচজনক আটক - জুৱাৰ সামগ্ৰী

দেওবাৰে নিশা কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত চলা অভিযানত লটাৰীৰ ঘাটি উৎখাত কৰাৰ লগতে লটাৰী-জুৱাৰ লগত জড়িত থকাৰ অভিযোগত পাঁচজনকৈ লোকক আটক কৰে ৷

গোৱালপাৰাত আৰক্ষীৰ অভিযানত জব্দ জুৱাৰ সামগ্ৰী, আটক পাঁচটা জুৱাৰী
author img

By

Published : Jun 17, 2019, 9:20 AM IST

Updated : Jun 17, 2019, 11:55 AM IST

গোৱালপাৰা, 17 জুনঃ কামৰূপৰ নগৰবেৰাত অবৈধ লটাৰীৰ বিৰুদ্ধে অভিযান ৷ দীৰ্ঘদিনৰে পৰা নগৰবেৰা আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত অবাধে চলি আছিল কোটি কোটি টকাৰ লটাৰী আৰু জুৱা খেল । দেওবাৰে নিশা কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত চলা অভিযানত লটাৰীৰ ঘাটি উৎখাত কৰাৰ লগতে লটাৰী-জুৱাৰ লগত জড়িত থকাৰ অভিযোগত পাঁচজনকৈ লোকক আটক কৰে । অভিযানত লটাৰী জুৱাৰ সামগ্ৰী আৰু নগদ ৩৫০০ টকা জব্দ কৰে আৰক্ষীয়ে ।

গোৱালপাৰাত আৰক্ষীৰ অভিযানত জব্দ জুৱাৰ সামগ্ৰী, আটক পাঁচটা জুৱাৰী

উল্লেখ্য যে, নগৰবেৰাৰ বাবা লোকনাথ মন্দিৰৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে পূৰ্বেও কোটি টকীয়া লটাৰী-জুৱা খেল সম্পন্ন কৰাৰ পাছত এয়া আছিল তেওঁলোকৰ দ্বিতীয়খন খেল । আৰক্ষীৰ অভিযানত আটক হোৱা আক্ৰাম হুছেইন, প্ৰকাশ দাস, আব্দুল মান্নান, অমল দৈমাৰী, হৰকান্ত বৰোক সোমবাৰে আদালতলৈ প্ৰেৰণ কৰা হ'ব ।

আৰু পঢ়কঃ মাজুলীত স্থাপন হ'ব সতী ৰাধিকা কলাক্ষেত্ৰ

Slug:Police Raid Against Lottery &5 Arrest vis+byte send FTP.jahidul Islam.

Anchor.. V. O... .  লটাৰী- জুৱাৰ ৰম্যভূমিত পৰিনত হৈছে কামৰূপৰ নগৰবেৰা আৰু দাতিকাষৰীয়া অঞ্চলসমুহ।অঞ্চলটোৰ একাংশ হাত দীঘল লোকৰ পৃষ্ঠপোষকতাত দীৰ্ঘদিনৰে পৰা নগৰবেৰা আৰু নগৰবেৰাৰ সমীপৱৰ্তী অঞ্চলসমুহত অবাধে চলি আছে কৌটি কৌটি টকীয়া লটাৰী জুৱা খেল।অৱশেষত পলমকৈ হলেও চকু মেল খালে কামৰূপ গ্ৰাম্য আৰক্ষীৰ।কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক ডেইজী গগৈ ৰ নেতৃত্বত কৌটি টকীয়া লটাৰী-জুৱাৰ বিৰুদ্ধে নগৰবেৰাত চলিল অভিযান।যোৱা নিশা চলা এই অভিযানত কৌটি টকীয়া লটাৰীৰ ঘাটি উৎখাত কৰাৰ লগতে লটাৰী-জুৱাৰ লগত জড়িত থকাৰ অভিযোগত পাছজনকৈ লোকক আটক কৰে। অভিযান কালত কেবাপদ লটাৰী জুৱাৰ সামগ্ৰী আৰু নগধ ৩৫০০ টকা জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, নগৰবেৰাৰ  বাবা লোকনাথ মন্দিৰৰ নিৰ্মানৰ সাহাৰ্য্যৰ্থে পূৰ্বেও এখন কৌটি টকীয়া লটাৰী-জুৱা খেল সম্পন্ন কৰাৰ পাছত এয়া আছিলে তেওঁলোকৰ দ্বিতীয় খন খেল।আৰক্ষীৰ অভিযানত খেল চলি থকা অৱস্থাত হাতে লোটে আটক হোৱা লোককেইজন ক্ৰমে আক্ৰাম হুছেইন, প্ৰকাশ দাস, আব্দুল মান্নান, অমল দৈমাৰী, হৰকান্ত বৰো ক আজি আদালতলৈ প্ৰেৰন কৰা হব।আৰক্ষীৰ এই পদক্ষেপক নগৰবেৰাৰ সচেতন ৰাইজে বা: বা: দিয়াৰ লগতে নগৰবেৰাৰ সমীপৱৰ্তী অঞ্চলসমুহত এতিয়াও চলি থকা কৌটি কৌটি টকাৰ লটাৰী জুৱা খেল বন্ধ কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীক দাবী জনাইছে। ।
N. B.. Police Byte দিয়া নাই।

Jahidul Islam,Goalpara.
Last Updated : Jun 17, 2019, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.