- গোৱালপাৰাত পুনৰ গ্ৰেপ্তাৰ আন এটা জেহাদী (Jihadi arrested in Goalpara)
- আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জেহাদী মুফতি হাফিজুল ৰহমানক
- প্ৰথম অৱস্থাত আৰক্ষীয়ে সোধোপাছৰ বাবে আটক কৰিছিল হাফিজুলক
- সোধ-পোছৰ অন্ততঃ আজি গ্ৰেপ্তাৰ কৰে চতুৰ্থটো জেহাদীক
- গ্ৰেপ্তাৰ হোৱা জেহাদীটো বঙাইগাঁও জিলাৰ কাবাইটাৰী মাদ্ৰাছাৰ শিক্ষক
গোৱালপাৰাত পুনৰ আন এটা জেহাদী গ্ৰেপ্তাৰ - জেহাদী গ্ৰেপ্তাৰ
গোৱালপাৰাত পুনৰ আন এটা জেহাদী গ্ৰেপ্তাৰ (Jihadi arrested in Goalpara)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুফতি হাফিজুল ৰহমানক। প্ৰথম অৱস্থাত আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰিছিল হাফিজুলক । সোধ-পোছৰ অন্ততঃ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে চতুৰ্থটো জেহাদীক ৷

গোৱালপাৰাত পুনৰ আন এটা জেহাদী গ্ৰেপ্তাৰ