গোৱালপাৰা, 23 আগষ্টঃ গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰত শুকুৰবাৰে সংঘটিত হয় এটা শোকাৱহ ঘটনা । গাঁওখনৰ আছাদ আলী নামৰ এজন যুৱকে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় । নিজৰ দোকানত বিদ্যুতৰ মিটাৰ সংযোগ দিবলৈ গৈ 11 হাজাৰ ভল্টৰ বিদ্যুৎপৰিবাঁহী তাঁৰত লাগি থিতাতে মৃত্যু হয় যুৱকজনৰ । ইপিনে শক্তি বিভাগৰ গাফিলতিৰ বাবেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিভাগীয় অৱহেলাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনাইছে ৷
গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু - গোৱালপাৰা
গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু ৷ বিদ্যুৎ পৰিবাঁহী তাঁৰত লাগি থিতাতে মৃত্যু হয় যুৱকজনৰ ৷

গোৱালপাৰা, 23 আগষ্টঃ গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰত শুকুৰবাৰে সংঘটিত হয় এটা শোকাৱহ ঘটনা । গাঁওখনৰ আছাদ আলী নামৰ এজন যুৱকে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় । নিজৰ দোকানত বিদ্যুতৰ মিটাৰ সংযোগ দিবলৈ গৈ 11 হাজাৰ ভল্টৰ বিদ্যুৎপৰিবাঁহী তাঁৰত লাগি থিতাতে মৃত্যু হয় যুৱকজনৰ । ইপিনে শক্তি বিভাগৰ গাফিলতিৰ বাবেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিভাগীয় অৱহেলাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনাইছে ৷
Anchor + V. O : গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । গাঁওখনৰ আছাদ আলী নামৰ এজন যুৱক বিদ্যুতস্পৃষ্ট হৈ কৰুন মৃত্যুক সাৱটি লয়। নিজ দোকান ঘৰত বিদ্যুতৰ মিটাৰ সংযোগ দিবলৈ গৈ ১১ হাজাৰ ভল্টৰ তাঁৰত লাগি বিদ্যুতস্পৃষ্ট হৈ থিতাতে মৃত্যু হয় যুৱকজনৰ। ইপিনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিয়ম মতে বিভাগৰ কৰ্মচাৰী সকলে বিদ্যুত মিটাৰ সংযোগ দিব লাগে যদিও কি যুক্তিত গ্ৰাহক (যুৱক) জনৰ হাতত বিদ্যুত মিটাৰ দি সংযোগ দিবলৈ কোৱা হৈছিল?? বিদ্যুৎ বিভাগৰ এনে অৱহেলাৰ বিৰুদ্ধে স্থানীয় প্ৰতিবাদ সাব্যস্ত কৰি মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ৰো দাবী জনাইছে ৰাইজে ।
Conclusion:Slug: as_gol_23aug_goalpara_electric_shock_&_1dead_vis3+byte1+ph2_7203844
Byte : স্থানীয় যুৱক ।
জাহিদুল ইছলাম, গোৱালপাৰা।