ETV Bharat / state

নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে নিখিল ৰাভা মহিলা পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন - Nikhil Rabha women association 10th conclave

দুধনৈত অনুস্থিত কৰা হৈছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন ৷ শুকুৰবাৰৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে উলিওৱা হয় বৰ্ণিল শোভাযাত্ৰা ৷

Nikhil Rabha student Union 17th and Nikhil Rabha women association 10th conclave
নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন
author img

By

Published : Jan 12, 2020, 9:39 AM IST

দুধনৈ,12 জানুৱাৰীঃ দুধনৈত অনুষ্ঠিত কৰা হৈছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন ৷ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে উলিওৱা হয় এক বৰ্ণিল শোভাযাত্ৰা ৷ শোভাযাত্ৰাৰ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু গোৱালপৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই ৷ সমন্বয়ৰ বাৰ্তা কঢ়িওৱা উক্ত কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীৰ লোকেৰে লোকাৰণ্য হৈ পৰে অধিৱেশনস্থলী ৷

নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন

লগতে পঢ়ক-ৰাজ্যজুৰি আছুৰ নেতৃত্বত জোঁৰ সমদল

Intro:as_gol_11jan_801_arsu_culturel_rally_vis_7203844.

Anchor:- নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তাদশ অধিবেশন আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দীবাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক শোভাযাত্ৰা।উদ্বোধন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশৰ ৰাভাই।Body:as_gol_11jan_801_arsu_culturel_rally_vis_7203844.

Anchor:- নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তাদশ অধিবেশন আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দীবাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক শোভাযাত্ৰা।উদ্বোধন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশৰ ৰাভাই।

VO: দুধনৈত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি উলিওৱা হয় বৰ্ণীল সাংস্কৃতিক শোভাযাত্ৰা ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰে উলিওৱা শোভাযাত্ৰাই সমন্বয়ৰ বাৰ্তা কঢ়িয়ায় ৷ শোভাযাত্ৰা উদ্বোধন কৰে টংকেছৰ ৰাভা আৰু গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে লোকাৰণ্য হৈ পৰিছে দুধনৈ ৷

জাহিদুল ইছলাম, গোৱালপাৰাConclusion:
জাহিদুল ইছলাম, গোৱালপাৰা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.