ETV Bharat / state

নিবনুৱাৰ বাবে অভিনৱ পদক্ষেপ ইউকো বেংকৰ - ইউকো বেংক

ইউকো বেংকে অতি কম কিস্তিত নিবনুৱা যুৱকলৈ আগবঢ়ালে ই-ৰিক্সা ৷ গোৱালপাৰাৰ নিবনুৱা যুৱকক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে দ্বিতীয়বাৰৰ বাবে এই পদক্ষেপ ইউকো বেংকৰ ৷

নিবনুৱাৰ বাবে অভিনৱ পদক্ষেপ ইউকো বেংকৰ
author img

By

Published : Sep 9, 2019, 4:27 PM IST

গোৱালপাৰা, 9 চেপ্তেম্বৰঃ গোৱালপাৰাৰ নিবনুৱা যুৱকক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ এক অভিনৱ পদক্ষেপ ইউকো বেংকৰ ৷ অতি কম কিস্তিত নিবনুৱা যুৱকলৈ আগবঢ়ালে ই-ৰিক্সা ৷ ইউকো বেংকৰ গোৱালপাৰাৰ বলদমাৰী চৰ শাখাই গ্ৰহণ কৰিছে এই অভিনৱ পদক্ষেপ ৷ ইউকো বেংকৰ বলদমাৰী চৰ শাখাই সোমবাৰে এক সভাৰ জৰিয়তে অতি সহজ কিস্তিৰ ঋণৰ জড়িয়তে নিবনুৱালৈ আগবঢ়ালে ১১খনকৈ ই-ৰিক্সা । উল্লেখ্য যে, পূৰ্বতেও ইউকো বেংকৰ এই শাখাটোৱে নিবনুৱা যুৱকলৈ আগবঢ়াইছিল ৩২ খনকৈ ই-ৰিক্সা।

O.C/V.O :- গোৱালপাৰাৰ নিবনুৱা যুৱকক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ এক অভিনৱ পদক্ষেপ ইউকো বেংকৰ।ইউকো বেংকৰ গোৱালপাৰাৰ বলদমাৰী চৰ শাখাই গ্ৰহণ কৰিছে এই অভিনৱ পদক্ষেপ।অতি সহজে কিস্তিত নিবনুৱা যুৱকলৈ আগবঢ়ালে ই-ৰিক্সা।গোৱালপাৰা চহৰৰ ময়লাপথাৰত থকা ইউকো বেংকৰ বলদমাৰী চৰ শাখাই সোমাবৰে এক সভাৰ জৰিয়তে অতি সহজ কিস্তিত ঋণ দি আগবঢ়ালে ১১খনকৈ ই-ৰিক্সা।পূৰ্বতেও ইউকো বেংকৰ এই শাখাটোৱে নিবনুৱা যুৱকলৈ আগবঢ়াইছিল ৩২ খনকৈ ই-ৰিক্সা।

বাইট :-বেংক মেনেজাৰ

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.