ETV Bharat / state

জলেশ্বৰত এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামক উষ্ম আদৰণি

author img

By

Published : Mar 9, 2021, 10:03 PM IST

গোৱালপাৰা জিলাৰ ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী ৰফিকুল ইছলামক উষ্ম আদৰণি জনোৱা হয় । এআইইউডিএফ-ৰ দলীয় টিকট লাভ কৰাৰ পাচতে নেতা গৰাকী মঙলবাৰে উপস্থিত হয় লক্ষীপুৰৰ ৰাজহুৱা খেলপথাৰত ৷

জলেশ্বৰ বিধান সভা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামক উষ্ম আদৰণি

গোৱালপাৰা,9 মাৰ্চ : গোৱালপাৰা জিলাৰ ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী ৰফিকুল ইছলামক উষ্ম আদৰণি জনোৱা হয় । এআইইউডিএফ-ৰ দলীয় টিকট লাভ কৰাৰ পাচতে নেতা গৰাকী মঙলবাৰে উপস্থিত হয় লক্ষীপুৰৰ ৰাজহুৱা খেলপথাৰত ৷

লক্ষীপুৰ ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰায় শতাধিক দলীয় কৰ্মী তথা সমৰ্থকে নেতা গৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ লগতে লক্ষীপুৰৰ পৰা কাটাৰীহাৰা হৈ গোঁসাইডুবিলৈকে বিশাল বাইক ৰেলীৰে লৈ যায় প্ৰাৰ্থী গৰাকীক ৷

লগতে পঢ়ক: ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে উঠাই ললে মনোনয়ন পত্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.