ETV Bharat / state

"আম্ফান"ৰ বাবে গোৱালপাৰাত সতৰ্কতা জাৰি জিলা উপায়ুক্তৰ

বুধবাৰে নিশাৰে পৰা জিলাখনত আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত আৰু বতাহ ৷ ফলত জিলাখনত কৰ্তন কৰা হৈছে বিদ্যুৎ সেৱা ৷ ইপিনে, জিলাখনৰ সকলো মাছমৰীয়া, নাৱৰীয়াক নদীত চলাচল নকৰিবলৈ আৰু নৈপৰীয়া ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনায় গোৱালপাৰা জিলা উপায়ুক্তই ৷

author img

By

Published : May 21, 2020, 1:57 PM IST

Goalpara administration alerts Goalpara district due to Amphan
"আম্ফান"ৰ শংকাত গোৱালপাৰাত সতৰ্কতাবাণী জাৰি জিলা উপায়ুক্তৰ

গোৱালপাৰা, 21মে': অসমলৈ আহি আছে "আম্ফান"! কৱলত পৰিব পাৰে ৰাজ্যৰ বহুকেইখন জিলা৷তাকে লৈ এতিয়া শংকা প্ৰকাশ কৰি সতৰ্কতাবাণী জাৰি কৰিছে সমগ্ৰ গোৱালপাৰা জিলাত ৷ উল্লেখযোগ্য যে, ইতিমধ্যে বুধবাৰে নিশাৰে পৰা জিলাখনত আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত আৰু বতাহ ৷ ফলত জিলাখনত কৰ্তন কৰা হৈছে বিদ্যুৎ সেৱা ৷

ইপিনে, জিলাখনৰ সকলো মাছমৰীয়া,নাৱৰীয়াক নদীত চলাচল নকৰিবলৈ আৰু নৈপৰীয়া ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনায় গোৱালপাৰা জিলা উপায়ুক্তই । আনহাতে, গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা জানিব পৰা মতে, ৰাজ্যত প্ৰৱল ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়কঃআম্ফানঃ পশ্চিমবংগত চাৰিওফালে কেৱল মাত্ৰ জাৱৰৰ দম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.