ETV Bharat / state

বাঘবৰত বান-খহনীয়াঃ ঘৰ-বাৰী এৰিছে বন্যাৰ্তই

খহনীয়াৰ কৱলত পৰা শতাধিক পৰিয়াল ঘৰ-দুৱাৰ এৰি কোনোমতে প্ৰাণ লৈ অইন ঠাইলৈ স্থানান্তৰিত হোৱাৰ উপৰিও শতাধিক পৰিয়াল এতিয়া নিজৰ ঘৰ দুৱাৰ ভঙাত ব্যস্ত । প্ৰকৃতিৰ এই দুৰ্যোগত এতিয়া দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ শতাধিক পৰিয়াল

বৰপেটাত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া
author img

By

Published : Jul 18, 2019, 3:55 PM IST

বৰপেটা, 18 জুলাইঃ বৰপেটাৰ বাঘবৰত বানৰ সমান্তৰালকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । বাঘবৰৰ উত্তৰ সুখোৱাৰঝাৰ গাঁৱৰ 2 আৰু 3 নং খণ্ডত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ইতিমধ্যে আতংকিত কৰি তুলিছে অঞ্চলবাসীক । খহনীয়াৰ কবলত পৰা শতাধিক পৰিয়ালে ঘৰ-দুৱাৰ এৰি কোনোমতে প্ৰাণ লৈ অইন ঠাইলৈ স্থানান্তৰিত হোৱাৰ উপৰিও শতাধিক পৰিয়াল এতিয়া নিজৰ ঘৰ দুৱাৰ ভঙাত ব্যস্ত ।

বৰপেটাত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া

প্ৰকৃতিৰ এই দুৰ্যোগত এতিয়া দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ শতাধিক পৰিয়াল । আনহাতে, বানৰ সময়তে ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰাৰ পাছতো ঘটনাস্থলীত বৰ্তমান পৰ্যন্ত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক । উদ্ধাৰকাৰী দল নথকাত বিপাঙত পৰিছে বন্যাৰ্ত । শীঘ্ৰে ঘটনাস্থলীত অতিৰিক্ত নাও আৰু উদ্ধাৰকাৰী এছডিআৰএফৰ দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে বানপীড়িত লোকসকলে ।

Intro:slug: as_gol_flood & erosion_vis5+byt1_spl_pkg_story_7203844

Anchor : বৰপেটাৰ বাঘবৰত বানৰ সমান্তৰালকৈ ভয়াৱহ ৰূপ ধাৰন কৰিছে ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই । বাঘবৰৰ উত্তৰ সুখোৱাৰঝাৰ গাঁৱৰ ২ আৰু ৩ নং খণ্ডত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই ইতিমধ্যে আতংকৰ সৃষ্টি কৰিছে। খহনীয়াৰ কৱলত পৰা শতাধিক পৰিয়াল ঘৰ দুৱাৰ এৰি কোনোমতে প্ৰাণ লৈ অইন ঠাইলৈ স্থানান্তৰিত হোৱাৰ উপৰিও শতাধিক পৰিয়াল এতিয়া নিজৰ ঘৰ দুৱাৰ ভঙাত ব্যস্ত। প্ৰকৃতিৰ এই দুৰ্যোগত এতিয়া দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ শতাধিক পৰিয়াল ।Body:slug: as_gol_flood & erosion_vis5+byt1_spl_pkg_story_7203844

V.O বানৰ সময়তে ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰাৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক। উদ্ধাৰকাৰী দল নথকাত বিপাঙত পৰিছে বন্যাৰ্ত জনতা। শীঘ্ৰে ঘটনাস্থলীত অতিৰিক্ত নাও আৰু উদ্ধাৰকাৰী SDRF ৰ দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে পীড়িত লোক সকল ।Conclusion:
slug: as_gol_flood & erosion_vis5+byt1_spl_pkg_story_7203844

বাইট: স্থানীয় ৰাইজ।
জাহিদুল ইছলাম ,গোৱালপাৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.