গোৱালপাৰা , 4 অক্টোবৰঃ গোৱালপাৰা জিলাৰ নৱাগত শিমলীতলাত বৃহস্পতিবাৰে পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো ইয়াৰ আলী নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, লোকজন মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ কানকাটা গাঁৱৰ ইয়াৰ আলী (75) নামৰ লোকজনে মঙলবাৰে ঘৰৰ পৰা নৱাগত শিমলীতোলা বজাৰত বজাৰ কৰিবলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল ৷ শিমলীতোলা গাঁৱৰে বাবুল আলী নামৰ লোকজনৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ ৷ স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷
গোৱালপাৰা জিলাত উদ্ধাৰ নিৰুদ্দেশ ব্যক্তিৰ মৃতদেহ - ইয়াৰ আলী (75)
মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা এজন ব্যক্তিৰ মৃতদেহ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ ৷ ইয়াৰ আলী (75) নামৰ লোকজনে স্থানীয় বজাৰত বজাৰ কৰিবলৈ যোৱাৰ পাছতে নিৰুদ্দেশ হৈছিল ৷
![গোৱালপাৰা জিলাত উদ্ধাৰ নিৰুদ্দেশ ব্যক্তিৰ মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4644030-thumbnail-3x2-deadbody.jpg?imwidth=3840)
গোৱালপাৰা , 4 অক্টোবৰঃ গোৱালপাৰা জিলাৰ নৱাগত শিমলীতলাত বৃহস্পতিবাৰে পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো ইয়াৰ আলী নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, লোকজন মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ কানকাটা গাঁৱৰ ইয়াৰ আলী (75) নামৰ লোকজনে মঙলবাৰে ঘৰৰ পৰা নৱাগত শিমলীতোলা বজাৰত বজাৰ কৰিবলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল ৷ শিমলীতোলা গাঁৱৰে বাবুল আলী নামৰ লোকজনৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ ৷ স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷
Anchor:-গোৱালপাৰা জিলাৰ নৱাগত শিমলিতলাত মৃত্যুদেহ উদ্ধাৰ।পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ইয়াৰ আলী নামৰ লোকজনৰ মৃতদেহ।
V. O : গোৱালপাৰাৰ জিলাৰ নৱাগত শিমলীতোলাত মৃতদেহ উদ্ধাৰ।পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় ইয়াৰ আলী নামৰ লোকজনৰ মৃতদেহ।মঙ্গলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। কানকাটা গাঁৱৰ ইয়াৰ আলী( 75) নামৰ লোকজনে মঙ্গলবাৰে ঘৰৰ পৰা নৱাগত শিমলীতোলা বজাৰত বজাৰ কৰিবলৈ বুলি উলাই গৈছিল।সেইদিনৰ পৰা আজিলৈ নিৰুদ্দেশ হৈ আছিল লোকজন। আজি শিমলীতোলা গাঁৱৰ বাবুল আলীৰ পুখুৰীত মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ কৰে।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পুখুৰীৰ পৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে।এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ।
Byte : আত্মীয়।
জাহিদুল ইছলাম, গোৱালপাৰা।Conclusion:Byte : আত্মীয়।
জাহিদুল ইছলাম, গোৱালপাৰা