ETV Bharat / state

বিকালী ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীবৰ্ষ উদযাপন

১৯৯৬ চনত জন্ম লাভ কৰা ধূপধৰা বিকালী ক্ৰীড়া সন্থাই বৰ্ষ যোৰা কাৰ্যসূচীৰে সন্থাৰ ৰূপালী জয়ন্তী উৎসৱ পালনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ ।

BOKO Silver Jubilee Of Bikali Krira Santha
বিকালী ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীবৰ্ষ উদযাপন
author img

By

Published : Nov 4, 2020, 10:02 PM IST

বকো, 4 নৱেম্বৰঃ গোৱালপাৰা জিলাৰ পূৱ প্ৰান্তৰ ফুটবল খেলুৱৈ সকলৰ প্ৰতিভা বিকাশৰ বৃহৎ ক্ষেত্ৰ ধূপধৰা বিকালী ক্ৰীড়া সন্থাই এইবেলি ৰূপালী জয়ন্তী বৰ্ষ বৰ্ষ যোৰা কাৰ্যসূচীৰে উৎযাপন কৰিবলৈ লৈছে ।

উল্লেখযোগ্য যে, ১৯৯৬ চনত জন্ম লাভ কৰা ধূপধৰা বিকালী ক্ৰীড়া সন্থাই বৰ্ষ যোৰা কাৰ্যসূচীৰে সন্থাৰ ৰূপালী জয়ন্তী উৎসৱ পালনৰ যোজা কৰিছে। ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে ফুটবল প্ৰতিযোগিতাৰে ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰে দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ।

ইয়াৰ পূৰ্বে ধূপধৰা বিকালী ক্ৰীড়া সন্থাৰ সভাপতি ড° আব্দুল হক আহমেদে মূল পতাকাৰ লগতে আমন্ত্ৰিত অতিথি সকলে আন ২৪ খন পতাকা উত্তোলন কৰে।

লগতে পঢ়কঃ ইটিভি বাতৰিৰ প্ৰভাৱঃ হাফলং নগৰ সমিতিৰ কাৰ্যালয়ৰ পৰা স্থানন্তৰিত পাৰ্কিং পইণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.