ETV Bharat / state

ৰাজ্যত অব্যাহত আছে বৰদৈচিলাৰ তাণ্ডৱ

শনিবাৰে গোৱালপাৰা,বিলাসীপাৰাৰ বিস্তীৰ্ণ অঞ্চলত বৰদৈচিলাৰ তাণ্ডৱ । নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি সাধন ।

ৰাজ্যত অব্যাহত আছে বৰদৈচিলাৰ তাণ্ডৱ
author img

By

Published : May 19, 2019, 1:29 PM IST

বিলাসীপাৰা,১৯ মে' : ৰাজ্যত কমা নাই বৰদৈচিলাৰ ধ্বংসলীলা । এতিয়াও ঠাইয়ে ঠাইয়ে অব্যাহত আছে বৰদৈচিলাৰ তাণ্ডৱ । শনিবাৰে নিশা প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় বিলাসীপাৰা আৰু গোৱালপাৰাৰ বহুকেইটা অঞ্চলত। ধুমুহাৰ ফলত বহু ঘৰৰ ওপৰত প্ৰকাণ্ড গছ সমূহ ভাঙি পৰে । উৰুৱাই নিয়ে বহু ঘৰৰ মুধচৰ লগতে ঘৰৰ ওপৰত মোৱাইলৰ টাৱাৰো ভাঙি পৰাৰ ঘটনা সংঘটিত হয়| ইয়াৰোপৰি বহু ঠাইত ছিঙি পৰে বিদ্যুতৰ খুঁটা |

ৰাজ্যত অব্যাহত আছে বৰদৈচিলাৰ তাণ্ডৱ

পথৰ ওপৰত গছ ভাঙি পৰি ঠাইয়ে ঠাইয়ে যোগাযোগ বিচ্ছিন্ন হোৱাৰ লগতে ব্যাহত হৈ পৰিছে বিদ্যুত ব্যৱস্থা । গোৱালপাৰা জিলাতো শিমলীতোলা, বৰপথাৰ, টিপলাই আদি অঞ্চলত বহু পৰিয়ালৰ ঘৰ দুৱাৰৰ ক্ষতিসাধন কৰে এই বিধ্বংসী ধুমুহাই ।

Intro:A.I.বিলাসীপাৰাৰ বিস্তীৰ্ণ অঞ্চলত বৰদৈচিলাৰ তাণ্ডৱ |
নিশা হোৱা প্ৰচণ্ড ধুমুহা শিলা বৃষ্টিত বিস্তৰ ক্ষতি সাধন |
প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰে বাসগৃহৰ ওপৰত |
উৰুৱাই নিয়ে বহু ঘৰৰ মুধচ |
ঘৰৰ ওপৰত ভাঙি পৰে মোৱাইলৰ টাৱাৰ |
বহু ঠাইত ছিঙি পৰে বিদ্যুতৰ তাঁৰ খুটা | Body:বিলাসীপাৰাৰ বহু ঠাইত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ |
সমগ্ৰ অঞ্চলজুৰি ব্যাহত বিদ্যু যোগান |Conclusion:পথৰ ওপৰত গছ ভাঙি পৰি ঠায়ে ঠায়ে যোগাযোগ বিচ্ছিন্ন |
ক্ষতিপূৰণৰ দাবী দুৰ্ভগীয়া পৰিয়ালৰ |
Bite১+২ দুৰ্ভগীয়া লোক

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.