ETV Bharat / state

গোৱালপাৰাত কৃষক আৰু শ্ৰমিক সন্থাৰ চৰকাৰ বিৰোধী প্ৰতিবাদ - গোৱালপাৰা

১২ দফীয়া দাবীৰে জিলাখনত কৃষক আৰু শ্ৰমিকৰ অধিকাৰ যাত্ৰা

গোৱালপাৰাত কৃষক আৰু শ্ৰমিক সন্থাৰ চৰকাৰ বিৰোধী প্ৰতিবাদ
author img

By

Published : Mar 6, 2019, 11:06 PM IST

গোৱালপাৰা, ৬ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো কৃষক আৰু শ্ৰমিক সমাজে ৰাজহুৱা সম্পত্তি ব্যক্তিকৰণ কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে । বুধবাৰে কৃষক আৰু শ্ৰমিক সকলে ১২ দফীয়া দাবী সম্বলিত কৰি জিলা খনত এটা অধিকাৰ যাত্ৰা উলিয়াই ।

গোৱালপাৰাত কৃষক আৰু শ্ৰমিক সন্থাৰ চৰকাৰ বিৰোধী প্ৰতিবাদ

গোৱালপাৰা বাছ আস্থানৰ পৰা বিশাল সমদল উলিয়াই যাত্ৰা আৰম্ভ কৰি প্ৰতিবাদী দলটোৱে চহৰ খনৰ মাজ মজিয়া হৈ জিলা খনৰ বিওচিত সমাপ্ত কৰে। কৃষকৰ মাটি পাত্তা দিয়া, ভূমিহীন ব্যক্তিক ভূমি দিয়া, শ্ৰমিকৰ নূন্যতম দৰমহা মাহিলী ১৮০০০ টকা আদায় দিয়া ইত্যাদি দাবীৰে প্ৰতিবাদীকাৰীয়ে গোৱালপাৰাৰ ৰাজপথ উত্তাল কৰি তোলে।

উল্লেখ্য যে ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ বিজেপি চৰকাৰক একপ্ৰকাৰৰ সকিয়নীও প্ৰদান কৰে গোৱালপাৰা জিলা কৃষক সন্থাৰ সভাপতি ননী দাসে ।

ANCHOR :- ৰাজহুৱা সম্পত্তি ব্যক্তিকৰণ কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ গোৱালপাৰা কৃষক আৰু শ্ৰমিক সন্থা। ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ বিজেপি চৰকাৰক সকীয়নী গোৱালপাৰা জিলা কৃষক সন্থাৰ সভাপতি ননী দাসৰ।

V.O. :-সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাতো কৃষক আৰু শ্ৰমিকৰ অধিকাৰ যাত্ৰা আৰম্ভ। ১২ দফীয়া দাবীৰে কৃষক আৰু শ্ৰমিকৰ এই অধিকাৰ যাত্ৰা।গোৱালপাৰা ধুবুৰী বাছ আস্থানৰ পৰা এক বিশাল ৰেলিৰে যাত্ৰা আৰম্ভ কৰি চহৰৰ মাজ মজিয়া হৈ জিলা খনৰ বিওচি সমাপ্ত কৰে। কৃষক আৰু শ্ৰমিকৰ এই অধিকাৰ যাত্ৰাত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ।কৃষকৰ মাটি পাত্তা দিয়ক, ভূমিহীন ব্যক্তিক ভূমি দিয়ক, শ্ৰমিকৰ নূন্যতম দৰমহা মাহিলী ১৮০০০ টকা আদায় দিয়ক, আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ।কৃষকৰ জ্বলন্ত সমস্যা সমূহ সমাধান কৰাত ব্যৰ্থ মিথ্যাবাদী বিজেপি চৰকাৰ।নিৰ্বাচনৰ আগত কৃষক সকলক প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ সময় উকলি যোৱা হল, কিন্তু কৃষক আৰু শ্ৰমিকৰ কোনো সমস্যা সমাধান নকৰিলে এই চৰকাৰে।কৃষক আৰু শ্ৰমিকক কেৱল ৰামঠগণ দিলে এই চৰকাৰে।কৃষক আৰু শ্ৰমিকৰ এই দাবীসমূহ মানি নললে এই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে গোৱালপাৰা জিলা কৃষক আৰু শ্ৰমিক সন্থাৰ বিষয়-ববীয়া সকলে।

গোৱালপাৰা পৰা জাহিদুল ইছলাম,ই টি ভি ভৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.