- গোৱালপাৰাত আন এক জেহাদী গ্ৰেপ্তাৰ
- গোবিন্দচালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ আব্দুছ চৌৱাহান নামৰ জেহাদীটো
- গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেহাদীটোক
- পূৰ্বে গ্ৰেপ্তাৰ হোৱা আব্দুছ সুবাহান আৰু জালাল উদ্দীনৰ লগত সম্পৰ্ক আছে ধৃত চৌৱাহানৰ
- বৰ্তমান জেহাদী চৌৱাহান দুধনৈ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
গোৱালপাৰাত পুনৰ আন এজন জেহাদী গ্ৰেপ্তাৰ - দুধনৈ থানা
গোৱালপাৰাত পুনৰ গ্ৰেপ্তাৰ আন এজন জেহাদী (Jihadi Arrested) । গোবিন্দচালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুছ চৌৱাহান নামৰ জেহাদীটোক।

গোৱালপাৰাত পুনৰ আন এজন জেহাদী গ্ৰেপ্তাৰ