ETV Bharat / state

গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা

author img

By

Published : Sep 25, 2020, 12:51 PM IST

ৰহস্যজনকভাৱে আত্মহত্যা কৰে গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসে ৷ গোৱালাপাৰাস্থিত চৰকাৰী বাসভৱনত আত্মহত্যা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ ৷

গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত
গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত

গোৱালপাৰা, 25 চেপ্তেম্বৰ: গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা ৷ ডিঙিত চিপ লৈ আত্মহত্যা কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷ গোৱালাপাৰাস্থিত চৰকাৰী বাসভৱনত আত্মহত্যা কৰে অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসে ৷ জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি মানসিক অশান্তিত ভুগি আছিল অতিৰিক্ত উপায়ুক্ত গৰাকী ৷ ৰহস্যজনকভাৱে আত্মহত্যা কৰা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সৈতে একেলগে আছিল তেওঁ পত্নী আৰু পুত্ৰও ৷

লগতে পঢ়ক: গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ অভিযোগত 7 জন লোকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.