ETV Bharat / state

গোৱালপাৰাতো আছুৰ জোঁৰ সমদলত বাধা আৰক্ষীৰ

author img

By

Published : Jan 23, 2021, 8:35 AM IST

আন ঠাইৰ দৰে গোৱালপাৰাতো জিলা ছাত্ৰ সন্থাৰ জোঁৰ সমদলত বাধা প্ৰদান আৰক্ষী প্ৰশাসনৰ । সন্ধিয়া ৭:৩০বজাত গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা ওলোৱা আছুৰ জোঁৰ সমদলকাৰী সকলক গোৱালপাৰা মহাবিদ্যালয় মূল প্ৰৱেশ দ্বাৰতে বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷

aasu protest at goalpara
aasu protest at goalpara

গোৱালপাৰা, 23 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইন(২০১৯)বাতিলৰ দাবীত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোৱালপাৰা জিলা ছাত্ৰ সন্থাই জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে । আন ঠাইৰ দৰে গোৱালপাৰাতো জিলা ছাত্ৰ সন্থাৰ জোঁৰ সমদলত বাধা প্ৰদান আৰক্ষী প্ৰশাসনৰ । সন্ধিয়া ৭:৩০বজাত গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা ওলোৱা আছুৰ জোঁৰ সমদলকাৰী সকলক গোৱালপাৰা মহাবিদ্যালয় মূল প্ৰৱেশ দ্বাৰতে বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷

aasu protest at goalpara
গোৱালপাৰাতো আছুৰ জোঁৰ সমদলত বাধা আৰক্ষীৰ

ফলত উক্ত স্থানতে সামৰিব লগা হয় জোৰ সমদল কাৰ্যসূচী । এই ক্ষেত্ৰত আছুৰ জিলা সভাপতি অভিজিত নাথে কয় যে, দেহত এক বিন্দু তেজ থকা লৈকে আমি আন্দোলন কৰি যাম । নাগৰিকত্ব সংশোধনী আইনৰ লগতে ই আই এ-2020 প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু জ্বলন্ত বিদেশী নাগৰিকত্ব সমস্যা সমাধানৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক : নগাঁৱত ভূমি পট্টা দিয়াৰ নামত লাট মণ্ডলে হিতাধিকাৰীৰ পৰা সৰকাইছে টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.