ETV Bharat / state

নাতিৰ নিথৰ দেহ বুকুত সাৱটি হিয়া ভঙা কান্দোন আইতাৰ - goalpara

এগৰাকী আইতা কান্দোনত চকু সেমেকিছে সকলোৰে ৷ শনিবাৰৰ ঘটনা এইয়া ৷ খেলি থকা অৱস্থাতে দ' খাৱৈত পৰি সলিল সমাধি ঘটা নাতিৰ নিথৰ দেহ সাৱতি এগৰাকী আইতাৰ হিয়াভঙা কান্দোন ৷

এগৰাকী আইতাৰ হিয়া ভঙা ক্ৰন্দন
author img

By

Published : May 25, 2019, 7:58 PM IST

গোৱালপাৰা, 25 মে' : নাতিনীয়েকৰ নিথৰ দেহটো বুকুত সাৱটি এগৰাকী আইতাৰ হিয়া ভঙা কান্দোন ৷ কোনেও বুজনি দিব পৰা নাই আইতাক । আইতা গৰাকীৰ কান্দোনত চকু সেমেকিছে উপস্থিত সকলোৰে । শনিবাৰৰ ঘটনা এইয়া ৷ খেলি থকা অৱস্থাতে দ' খাৱৈত পৰে নগৰবেৰাৰ লক্ষণপুৰ গাঁৱৰ তিনি বছৰীয়া কণমানি সুমন দাস ৷ পৰিয়ালবৰ্গই সুমনক বিচাৰি নাপাই সকলোকে সোধা-পোচা কৰাৰ পাচতে সুমনৰ মৃতদেহ উদ্ধাৰ কৰা হয় খাৱৈৰ পৰা ৷ সুমনৰ নিথৰ দেহ উদ্ধাৰৰ পাচতেই সুমনৰ ঘৰত কান্দোনৰ ৰোল ৷

এগৰাকী আইতাৰ হিয়া ভঙা ক্ৰন্দন

মৃত সুমনক জীয়াই তুলিবলৈ অপ্ৰাণ চেষ্টা কৰিছে গাঁৱৰ মহিলাসকলৰ ৷ যিয়ে যিমান পাৰে সুমনৰ নিথৰ দেহত তেল ঘহিছে যাতে জীয়াই উঠক সুমন ৷ যদিও ভ্ৰূক্ষেপ নাই সুমনৰ । চিৰদিনৰ বাবে নিদ্ৰাত সুমন ৷ সুমনক হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে পৰিয়াল, আত্মীয়স্বজনৰ লগতে গাঁওবাসী ।

Slug : Nagarbera = Child Death & Grand Mother_vis+byte_ftp.

Anchor : নাতিয়েকৰ প্ৰতি এগৰাকী আইতাৰ মৰম কিমান হব পাৰে?? সেয়া হয়তো জুখি চাব নোৱাৰী। নগৰবেৰাৰ লক্ষণপুৰৰ এগৰাকী বৃদ্ধা আইতাৰ নাতিয়েকৰ প্ৰতি মৰমে সকলোকে চুই গল। কিন্তু কিয়?? চাওক আমাৰ এক বিশেষ ৰিপৰ্ট ।

V. O : সাধাৰণ ভাৱেই নাতি নাতিনীৰ প্ৰতি অগাধ মৰম থাকে আইতা সকলৰ। নিজৰ নাতিয়েকৰ প্ৰতি থকা মৰমে নগৰবেৰাৰ লক্ষণপুৰত সকলোকে কন্দুৱালে শনিবাৰে। ঘটনাটো নগৰবেৰাৰ লক্ষণপুৰ গাঁওৰ । গাঁওখনৰ সুমন দাস নামৰ তিনি বছৰীয়া কণমানিটো খেলি থকা অৱস্থাত হঠাৎ দ খাৱৈত পৰি নিৰুদ্দেশ হয় । সুমন দাসৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছৰ পৰিৱেশ চাওক। সুমন দাসৰ নিথৰ দেহটো বুকুত সাৱটি তেওঁৰ বৃদ্ধা আইতা গৰাকী হিয়া ঢাকুৰি কান্দিছে। কোনেও বুজনি দিব পৰা নাই বৃদ্ধা আইতা গৰাকীক। আইতা গৰাকীৰ কান্দোনত চকু সেমেকিছে উপস্থিত সকলোৰে। আইতা গৰাকীৰ বাবে কিমান মৰমৰ আছিল নাতি সুমন...। See Clip 5 & 6.
V. O : ইপিনে মৃত সুমনক জীয়াই তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছে গাঁৱৰ মহিলা সকলে। যিয়ে যিমান পাৰে সুমনৰ নিথৰ দেহত তেল ঘহিছে। কিন্তু কাকোৱেই যেন ভ্ৰূক্ষেপ কৰা নাই সুমনে।  অতি মৰমৰ সুমনক হেৰুৱাই শোকস্তব্ধ পৰিয়ালৰ লগতে আত্মীয় সকল । কণমানি পুত্ৰক হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে মাতৃয়েও। এয়া সঁচা মৰম স্নেহ নহয়নে???
                           Byte আত্মীয় ।
           গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.