ETV Bharat / state

NRC ত নাম নাহিল পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰ

author img

By

Published : Sep 4, 2019, 12:51 PM IST

ধৰ্মীয় আতিশায্যৰ সন্মুখীন হৈ সমষ্ট সা-সম্পত্তি আৰু নিজৰ আপোন ঘৰখন এৰি হাড়ে-হিমজুয়ে ভাৰতীয় হ'বলৈ অহা গোৱালপাৰাৰ এই লোকসকলৰ 90 শতাংশ নাম অন্তৰ্ভুক্ত ন'হল NRC ত ৷

NRC ত নাম নাহিল পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰ

গোৱালপাৰা, 4 চেপ্তেম্বৰঃ NRC ত নাম নাহিল গোৱালপাৰাৰ কোঁচ, ডালু, হাজং, বানাই আৰু গাৰো সম্প্ৰদায় লোকৰ ৷ 1964 চনতে পূৱ পাকিস্তানৰ পৰা অহা শৰণাৰ্থী হিচাপে পৰিচয় পত্ৰ লাভ কৰিছিল লোকসকলে ৷ ভাৰত চৰকাৰৰ আহ্বান মৰ্মে পূৱ পাকিস্তানৰ পৰা ভাৰতলৈ 1964 আহিছিল এইসকল লোক । ধৰ্মীয় আতিশায্যৰ সন্মুখীন হৈ সমগ্ৰ সা-সম্পত্তি আৰু নিজৰ আপোন ঘৰখন এৰি হাড়ে-হিমজুয়ে ভাৰতীয় হ'বলৈ অহা গোৱালপাৰাৰ এই লোকসকলৰ 90 শতাংশ নাম অন্তৰ্ভুক্ত ন'হল NRC ত ৷

সেই সময়ৰ চৰকাৰে শৰণাৰ্থী হিচাপে প্ৰমাণ পত্ৰ আৰু নাগৰিকত্বৰ পত্ৰ প্ৰদান কৰিছিল এই লোকসকলক ৷ কিন্তু তাৰ পাচতো মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসীনি মিলনপাৰা গাঁৱৰ 140 টা পৰিয়ালৰ ভিতৰত 38 টা পৰিয়ালৰ কোনো সদস্যৰ নাম নোসোমাল NRCত ।

Intro:Anchor:- NRC সমন্বয়ক প্ৰতীক হাজেলাৰ চূড়ান্ত ভেঙুচালিৰ ফলতেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম নাহিল গোৱালপাৰাৰ কোচ, ডালু, হাজং বানাই আৰু গাৰো সম্প্ৰদায় লোকৰ।১৯৬৪ চনতে পূৱ পাকিস্থানৰ পৰা আহিছিল এই সম্প্ৰদায়ৰ লোক সকলে।ৰিফুজী বুলি পৰিচিত এই সকল লোক।
Body:as_gol_4sep_801_goalpara_nrc_vis3+byte2_7203844.

Anchor:- NRC সমন্বয়ক প্ৰতীক হাজেলাৰ চূড়ান্ত ভেঙুচালিৰ ফলতেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম নাহিল গোৱালপাৰাৰ কোচ, ডালু, হাজং বানাই আৰু গাৰো সম্প্ৰদায় লোকৰ।১৯৬৪ চনতে পূৱ পাকিস্থানৰ পৰা আহিছিল এই সম্প্ৰদায়ৰ লোক সকলে।ৰিফুজী বুলি পৰিচিত এই সকল লোক।

V.O.সমষ্ট সা-সম্পত্তি আৰু নিজৰ আপোন ঘৰখন এৰি হাড়ে-হিমজুয়ে ভাৰতীয় হ'বলৈ অহা গোৱালপাৰাৰ কেইবাহাজাৰ কোঁচ, দালু, হাজং, বানাই আৰু গাৰো জনজাতীয় লোকৰ সপোন দিঠকত পৰিণত হ'ল। ১৯৬৪ চনতে ভাৰত চৰকাৰৰ আহ্বান মৰ্মে পূৱ পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল এইসকল লোক। ধৰ্মীয় আতিশয্যৰ সন্মূখীন হৈ এইসকল লোক ভাৰতৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত আশ্ৰয় লৈছিল। এইসকল লোকক ভাৰত চৰকাৰে ৰিপুজি হিচাপে আৰি কাৰ্ড আৰু নাগৰিকত্বৰ পত্ৰ দিছিল। কিন্তু এইসকলৰ শতকৰা ৯০ শতাংশ লোকৰ লগতে তেওঁলোকৰ সতি-সন্তানৰ নাম অন্তৰ্ভুক্ত নহ'ল এনআৰচিত। যাৰফলত এইসকল লোকে এতিয়া কৰিবলগীয়া হৈছে হাহাকাৰ। কাৰ দোষ বা ভূলৰ বাবে এইসকল লোকৰ সপোন ধূলিসাৎ হ'ল। গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসীনি মিলনপাৰা গাঁৱৰ ১৪০ টা পৰিয়ালৰ ভিতৰত ৩৮টা পৰিয়ালৰ কোনো সদস্যৰ নাম নোসোমাল এনআৰচিত। বাকীবোৰ পৰিয়ালৰ এজন-দূজনৰহে নাম সোমাইছে এনআৰচিত। গোৱালপাৰা জিলাৰ মাটিয়া, সিধাবাৰী, ডুবাপাৰা, ৰাক্ষসীনি আৰু অসম মেঘালয় সীমান্তত বসৱাস কৰা এইসকল লোকে এনআৰচিত নাম সোমোৱাৰ বাবে কৰি আছে হাহাকাৰ। বিভিন্ন দল সংগঠনৰ প্ৰতি আহ্বান এই সকলৰ লোকৰ।

Byte 1, victim
Byte 2,victim

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।Conclusion:Byte 1, victim
Byte 2,victim

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.