ETV Bharat / state

ডিমা হাছাওত বন্ধ প্ৰত্যাহাৰৰ পাছত হিংসাত্মক ঘটনা - ইণ্ডিজেনাচ পিপলচ ফৰাম

হাফলংত হিংসাত্মক ঘটনা ৷ ইণ্ডিজেনাচ পিপলচ ফৰামৰ ডিমা হাছাও বন্ধ প্ৰত্যাহাৰৰ পাচতেই এই হিংসাত্মক ঘটনা ৷

ডিমা হাছাওত বন্ধ প্ৰত্যাহাৰৰ পাছত হিংসাত্মক ঘটনা

author img

By

Published : Feb 12, 2020, 12:51 AM IST

ডিমা হাছাও, 12 ফেব্ৰুৱাৰী: ডিমা হাছাও জিলাৰ হাফলংত পুনৰ হিংসাত্মক ঘটনা। হাফলং আৰক্ষী থানাৰ অন্তৰ্গত অপাৰ বাগেটাৰত এটা বাসগৃগত অগ্নি সংযোগ দুষ্কৃতিকাৰীৰ ।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইণ্ডিজেনাচ পিপলচ ফৰামক অহা 17 ফেব্ৰুৱাৰী গুৱাহাটীত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ পাচতেই সংগঠনটোৱে সন্ধিয়া অনিৰ্দিষ্টকাললৈ ডিমা হাছাও বন্ধৰ ঘোষণাটো প্ৰত্যাহাৰ কৰে ।

বন্ধ প্ৰত্যাহাৰৰ পাচতেই হাফলংত এই হিংসাত্মক ঘটনাটো সংগঠিত হয় । অগ্নিসংযোগ কৰা ঘটনাটোৰ পাচতেই আৰক্ষীৰ দল উপস্থিত হয় ঘটনাস্থলীত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.