ETV Bharat / state

27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, নিহত 1

ডিমা হাছাও জিলাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা 9 মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত এক, আহত দুই ৷

27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, নিহত 1
author img

By

Published : May 28, 2019, 5:34 AM IST

ডিমা হাছাও, 28 মে’: ডিমা হাছাও জিলাত সোমবাৰে নিশা 9 মান বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনাত ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজনকৈ লোক । ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অন্তৰ্গত হাতীখালি 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ য’ত থিতাতে নিহত হয় এগৰাকী মহিলা ৷

শাক পাচুলি লৈ লামডিংৰ পৰা মাহুৰ অহাৰ সময়তে AS ০২ BC ৩২৪২ নম্বৰৰ এখন টাটা ম’বাইল বাহন হাতীখালি ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰতে বাগৰি পৰে ফলত থিতাতে মৃত্যুক সাৱতিব লগীয়া হয় মহিলাগৰাকী ৷ আনহাতে গুৰুতৰ ভাৱে আহত হয় আন দুগৰাকী মহিলা । দুৰ্ঘটনাৰ পাচত ঘটনা স্থলীত উপস্থিত আৰক্ষী ৷ আহত সকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় লামডিং হাস্পতালত ৷

Intro:ডিমা হাছাও ২৭ মে: ডিমা হাছাও জিলাত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন। আজি ৰাতি ৯ টা মান বজাত ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অন্তৰ্গত হাতীখালি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত এজন মহিলাৰ থিতাতে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে হাতীখালি আৰক্ষীয়ে।Body:শাক পাচুলি লৈ লামডিংৰ পৰা মাহুৰ অহাৰ সময়ত এ এছ ০ ২ বি চি ৩২৪২ নম্বৰৰ এখন টাটামোবাইল হাতীখালি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত বাগৰি পাৰিলে থিতাতে নিহত হয় এজন মহিলা। আৰু গুৰুতৰ ভাৱে আহত হয় দুজন মহিলা।Conclusion:দুৰ্ঘটনাৰ পাছত খবৰ পাই হাতীখালি আৰক্ষী থানাৰ পৰা আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ আহত সকলোকে লামডিং হাস্পাতালত লৈ যায়। উল্লেখযোগ্য মঙ্গলবাৰ মাহুৰত বজাৰ দিন হোৱাৰ কাৰণে শাক পাচুলিলৈ টাটা মোবাইল খন আজি মাহুৰ অহাৰ সময়ত ৰাতি ৯ টা মান বজাত দুৰ্ঘটনাৰ কৱলত পৰে বুলি জানিব পৰা গৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.