ডিমা হাছাও, 22 অক্টোবৰ: কপিলী জল বিদ্যুৎ প্ৰকল্পৰ পাইপ লাইন বিস্ফোৰণ হৈ সন্ধানহীন হোৱা চাৰি গৰাকী কৰ্মচাৰীৰ ভিতৰত মঙলবাৰে আৰু এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। সোমবাৰে কপিলী জল বিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচৰ জি 2 ফ্ল'ৰত নিপোকৰ অভিযন্তা ৰবাৰ্ট বেইতে নামলাই আৰু জয়ছিং টিছুৰ মৃতদেহ উদ্ধাৰ কৰিছিল এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। মঙলবাৰে দিনৰ ভাগত অভিযান চলাই নিপকোৰ আৰু এজন কৰ্মচাৰী দক্ষিণ ভাৰতৰ ৰাজু ৰেড্ডীক জি1 ফ্ল'ৰৰ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে ৷
কপিলী জল বিদ্যুৎ প্ৰকল্প: আৰু এগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ - কপিলী জল বিদ্যুৎ প্ৰকল্প: আৰু এগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ
মঙলবাৰে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে কপিলী জল বিদ্যুৎ প্ৰকল্পৰ পাইপ লাইন বিস্ফোৰণত সন্ধানহীন হৈ থকা চাৰি গৰাকী কৰ্মচাৰীৰ ভিতৰত আৰু এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰে ৷

এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে কপিলী জল বিদ্যুৎ প্ৰকল্পৰ পাইপ লাইন বিস্ফোৰণত সন্ধানহীন হৈ থকা এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰে
ডিমা হাছাও, 22 অক্টোবৰ: কপিলী জল বিদ্যুৎ প্ৰকল্পৰ পাইপ লাইন বিস্ফোৰণ হৈ সন্ধানহীন হোৱা চাৰি গৰাকী কৰ্মচাৰীৰ ভিতৰত মঙলবাৰে আৰু এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। সোমবাৰে কপিলী জল বিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচৰ জি 2 ফ্ল'ৰত নিপোকৰ অভিযন্তা ৰবাৰ্ট বেইতে নামলাই আৰু জয়ছিং টিছুৰ মৃতদেহ উদ্ধাৰ কৰিছিল এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। মঙলবাৰে দিনৰ ভাগত অভিযান চলাই নিপকোৰ আৰু এজন কৰ্মচাৰী দক্ষিণ ভাৰতৰ ৰাজু ৰেড্ডীক জি1 ফ্ল'ৰৰ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে ৷
কপিলী জল বিদ্যুৎ প্ৰকল্প: আৰু এগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ
কপিলী জল বিদ্যুৎ প্ৰকল্প: আৰু এগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ
Intro:ডিমা হাছাও 22 অক্টোবৰ: কপিলী জল বিদ্যুৎ প্ৰকল্পৰ পাইপ লাইন বিস্ফোৰণ হৈ সন্ধানহীন হোৱা চাৰ গৰাকী কৰ্মচাৰীৰ মাজত আজি আৰু এজন কৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰে এনডিআৰএফ আৰু এছডি আৰএফ বাহিনী। যোৱা কালি কপিলী পাবৰ হাউচৰ জি 2 ফ্লুৰত নিপোকৰ অভিযন্তা ৰবাৰ্ট বেইতে নামলাই আৰু জয়ছিং টিছুৰ মৃতদেহ উদ্ধাৰ কৰিছিল এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। Body:আজি দিনৰ ভাগত অভিযান চলাই নিপকোৰ আৰু এজন কৰ্মী দক্ষিণ ভাৰতৰ ৰাজু ৰেড্ডীক জি1 ফ্লুৰত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে।Conclusion:যোৱা 7 অক্টোবৰত কপিলী জল বিদ্যুৎ প্ৰকল্প স্থলীত জল পৰিবাহী পাইপ লাইন বিস্ফোৰণ হৈ কপিলী পাবৰ হাউচৰ ভিতৰত সন্ধানহীন হৈছিল নিপোকৰ অভিযন্তা সহ মোট চাৰি গৰাকী কৰ্মচাৰী। যোৱা দুদিনত নিপকোৰ তিনি গৰাকী কর্মচাৰীৰ মৃতদেহ এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হলে ও এতিয়ালৈকে সন্ধানহীন আন এগৰাকী কৰ্মচাৰী প্ৰেমপাল বাল্মিকী।