ETV Bharat / state

পুনৰ পৃথক ৰাজ্যৰ দাবীঃ স্তব্ধ পাহাৰীয়া জিলাৰ জনজীৱন - dima hasau

ডিমা-হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ লগতে মাইবং , মাহুৰ,উমৰাংচু, হাৰেংগাজাও প্ৰভৃতি এলেকাৰ বজাৰ, দোকান-পোহৰৰ লগতে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান সমূহো বন্ধ হৈ পৰে ৷

১২ ঘণ্টাৰ বন্ধ
author img

By

Published : Jul 25, 2019, 3:05 PM IST

Updated : Jul 25, 2019, 3:15 PM IST

ডিমাহাছাও, 25 জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ডিমা-হাছাও আৰু কাৰ্বি-আংলং জিলাক পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী বাতিল কৰাৰ বাবে বৃহস্পতিবাৰে 12 ঘন্টীয়া বন্ধৰ ঘোষণা কৰে বহু কেইটা দল-সংগঠনে ৷ 12 ঘন্টীয়া বন্ধৰ ফলত জিলা দুখনৰ জনজীৱন সম্পূৰ্ণ স্তব্ধ হৈ পৰে ৷ ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ লগতে মাইবং, মাহুৰ,উমৰাংচু, হাৰেংগাজাও প্ৰভৃতি এলেকাৰ বজাৰ, দোকান-পোহাৰৰ লগতে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান সমূহো বন্ধ হৈ পৰে ৷

১২ ঘণ্টাৰ বন্ধ

উল্লেখ্য যে, এইছ এছ ডি সি, কে এচ এ, কে এন সি এ, এই আই এচ এ ৰ লগতে অন্য 40 টা দল সংগঠনে দিয়া এই বন্ধৰ ফলত সমগ্ৰ ডিমা হাছাও আৰু কাৰ্বি-আংলং স্তব্ধ হৈ পৰিছে ৷

Intro:ডিমা হাছাও ২৫ জুলাই: ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাকলৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী কেন্দ্ৰীয় চৰকাৰ বাতিল কৰি দিয়াৰ বাবে এইছ এচ ডি সি, কে এচ এ, কে এন সি এ, এই আই এচ এ-ৰ লগত আৰু ৪০ টা দল সংগঠনৰ ৰাতি পোৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ আহ্বান কৰা ১২ ঘন্টাৰ ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলা বন্ধৰ ফলত ডিমা হাছাও জিলাৰ জনজীৱন সম্পূৰ্ণ ৰূপত বিপৰ্যস্ত হৈ পৰে।Body:বন্ধৰ ফলত ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলংৰ লগতে মাইবাং, মাহুৰ,উমৰাংচো,হাৰেংগাজাও প্ৰভৃতি এলেকাত বজাৰ দোকান পোহৰ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান সমূহ বন্ধ আছিল। বন্ধ আছিল সম্পূৰ্ণ শান্তিপূৰ্ণ।Conclusion:উল্লেখযোগ্য যে সম্প্ৰতি সাংসদ হৰেন সিং বে লোকসভাত ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাকলৈ সংবিধানৰ ২৪৪ (এ) অনুচ্ছেদ অনুসৰি পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বিষয়লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে কেন্দ্ৰীয় চৰাষ্ট্ৰ প্ৰতিমন্ত্ৰী জি কিচান ৰেড্ডীয়ে লোকসভাত জনায় ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাকলৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য ঘটনৰ বাবে কোন ধৰণৰ প্ৰস্তাৱ নাই। ইয়াৰ প্ৰতিবাদত আজি এইছ এচ ডি সি , কে এচ এ, কে এন সি এ, এ আই এচ এ-ৰ লগতে ৪০ টা বিভিন্ন দল সংগঠনে ১২ ঘণ্টাৰ ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলা বন্ধৰ আহ্বান কৰে।
Last Updated : Jul 25, 2019, 3:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.