ETV Bharat / state

Dima Hasao Rape case: 4 বছৰৰ অন্তত ধৰ্ষণকাৰীক 15 বছৰ সশ্ৰম কাৰাদণ্ড

ডিমা হাছাও ধৰ্ষণকাণ্ডৰ ধৰ্ষণকাৰী 12 বছৰৰ সশ্ৰম কাৰাদাণ্ড বিহাৰ লগতে 50 হাজাৰ টকাৰ জৰিমনা ঘোষণা হাফলং জিলা ন্যায় দণ্ডাধীশ আদালতৰ(Accused get 12 years imprisonment)৷ শনিবাৰে এই ঐতিহাসিক ৰায়দান কৰে দণ্ডাধীশ আবু বক্কৰ ছিদ্দিকিয়ে (Magistrate Abu Bakar Siddiqui) ৷

author img

By

Published : Feb 25, 2023, 10:25 PM IST

Dima Hasao Rapist get 15 years imprisonment and 50000 fine
4 বছৰৰ অন্তত ধৰ্ষণকাৰীক 15 বছৰ সশ্ৰম কাৰাদণ্ড

হাফলং, 25 ফেব্ৰুৱাৰী: অৱশেষত ন্যায় পালে ডিমা হাছাও ধৰ্ষণকাণ্ডৰ ভুক্তভোগীয়ে (Dima Hasao Rape case) ৷ ডিমা হাছাও ধৰ্ষণকাণ্ডৰ ধৰ্ষণকাৰী আখতাৰক দণ্ডাধীশ 12 বছৰৰ সশ্ৰম কাৰাদাণ্ড বিহাৰ লগতে 50 হাজাৰ টকাৰ জৰিমনা ঘোষণা কৰে হাফলং জিলা ন্যায় দণ্ডাধীশ আদালতে (Accused get 12 years imprisonment) ৷ শনিবাৰে হাফলং ন্যায় দণ্ডাধীশৰ আদালতৰ (Haflong District Justice Magistrate Court ) দণ্ডাধীশ আবু বক্কৰ ছিদ্দিকিয়ে (Magistrate Abu Bakar Siddiqui) এই ৰায়দান কৰে ৷

এই জঘন্য ধৰ্ষণকাণ্ডটো সংঘটিত হৈছিল হৈছিল 2019 চনৰ 15 আগষ্টত (Dima Hasao Rape case accused) । হাফলং হাগজাৰ নগৰৰ বাসিন্দা অট’ ৰিস্কা চালক আখতাৰ খানে ফেচবুকত নিজৰৰ নাম সলনি কৰি ৰোহিত কাহাৰ নামেৰে এক ভুৱা একাউণ্ট খুলিছিল ৷ ইয়াৰে পিচত এগৰাকী ছোৱালীৰ লগতে ফেচবুকৰত বন্ধুত্ব গঢ়ি উঠিল ৰোহিতৰ ৷ দিন বাগৰি যোৱাৰ লগে লগে এই সম্পৰ্কই প্ৰেমলৈ পৰিৱৰ্তিত হয় ৷ দুয়োয়ে লগ কৰাৰ সিদ্ধান্ত কৰি ৰোহিতে কোৱা স্থানলৈ যুৱতীগৰাকী আহে ৷

তাৰ পিচতেই ৰোহিত ওৰফে আখতাৰে যুৱতীগৰাকীক খাদ্যৰ লগত নিচাজাতীয় দ্ৰব্য মিহলাই খুৱাই হাফলঙৰ এক নিৰ্জন স্থানলৈ চলেৰে লৈ যায় ৷ সেই স্থানতে যুৱতীগৰাকীৰ লগত নিজৰ অসৎ অভিপ্ৰায় সিদ্ধি কৰে আখতাৰে ৷ ধৰ্ষণ কৰাৰ পিচত যুৱতীগৰাকীক পথৰ দাঁতিতে পেলাই থৈ যায় অখাতৰে (Rape case sake of love)৷ ইয়াৰ পিচতে স্থানীয় কিছু লোকে এগৰাকী যুৱতীক এনেকে ৰাস্তাত পৰি থকা অৱস্থাত দেখি যুৱতীগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় ৷ যুৱতীগৰাকীৰ ফোনৰ পৰা তেওঁৰ ঘৰৰ পৰিয়ালৰ নম্বৰ বিচাৰি তেওঁৰ ঘৰত খবলৈ স্থানীয় লোকসকলে ৷

ঘটনাস্থলীত যুৱতী পৰিয়ালৰ লোক তথা আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীৰ ভাষ্য অনুসৰি আখতাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ৷ হাফলং আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি 85/19/ 376ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে প্ৰায় দুই তিনি ঘণ্টাৰ পিচতে আখতাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল (Accused arrested) ৷

ইয়াৰ পিচতে প্ৰায় তিনি বছৰৰ অধিক সময় ধৰি এই কেচ চলি থকাৰ পিচত অৱশেষত আজিৰ দিনটোত হাফলং জিলা ন্যায় দণ্ডাধীশৰ আদালতে আখতাৰ খানক ধৰ্ষণকাণ্ডত দোষী সাবস্ত্য কৰি 15 বছৰৰ সশ্ৰম কাৰাবাস আৰু 50 হাজাৰ টকা জৰিমনা আদায় দিব লৈ নিৰ্দেশনা দিয়ে (15 years imprisonment and 50000 fine)।

লগতে পঢ়ক: Andhra Pradesh murder case : প্ৰেমিকাক হাৰাশাস্তি কৰা ঘনিষ্ঠ বন্ধুক হত্যা কৰিলে বন্ধুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.