ETV Bharat / state

ডিমা হাছাও জিলা প্ৰশাসন কৰ্মচাৰীৰ প্ৰতিবাদ - প্ৰতিবাদ

ডিমা হাছাও জিলা প্ৰশাসন কৰ্মচাৰী সকলে দুদিনীয়াকৈ ৰূপায়ন কৰা অসহযোগ আন্দোলনৰ আজি অন্ত পৰে ৷ ন্যাৰ্য্য প্ৰাপ্তিৰ দাবীত সদৌ অসম প্ৰশাসনিক কৰ্মচাৰী সংস্থাৰ অসহযোগ আন্দোলনৰ ফলত হাফলংৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সকলো কামকাজ দুদিনকৈ স্তব্ধ হৈ পৰে ৷

Dima Hasao district administration staff protest
ডিমা হাছাও জিলা প্ৰশাসন কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Feb 20, 2021, 10:27 PM IST

ডিমা হাছাও, 20 ফেব্ৰুয়াৰী: ৰাজ্যৰ লগতে ডিমা হাছাও জিলা প্ৰশাসন কৰ্মচাৰী সকলে দুদিনীয়াকৈ ৰূপায়ন কৰা অসহযোগ আন্দোলনৰ আজি অন্ত পৰে ৷ ন্যাৰ্য্য প্ৰাপ্তিৰ দাবীত সদৌ অসম প্ৰশাসনিক কৰ্মচাৰী সংস্থাৰ অসহযোগ আন্দোলনৰ ফলত হাফলংৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সকলো কামকাজ দুদিনকৈ স্তব্ধ হৈ পৰে ৷

উল্লেখ্য যে ন্যাৰ্য্য প্ৰাপ্তিৰ দাবীত হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ প্ৰতিবাদস্থলীৰ পৰা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ডিমা হাছাও জিলা কমিটিৰ সদস্য পাৰ্থসাৰথি দেৱয়ে কয়, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই দীৰ্ঘদিন ধৰি ন্যাৰ্য্য প্ৰাপ্তিৰ দাবীত বিভিন্ন পৰ্যায়ত আন্দোলন আৰু চৰকাৰৰ লগত বৈঠক অনুষ্ঠিত হোৱাৰ পিচতো কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ সুত্ৰ এতিয়ালৈকে ওলোৱা নাই ৷

লগতে পঢ়ক: মানৱীয়তাৰ খাতিৰত QUIPPO ৰ দুই বিষয়াক মুক্তি দিয়ক: মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.