ETV Bharat / state

ডিমা হাছাওত পালন কৃষি ভিত্তিক উৎসৱ "বুছুদিমা"

ডিমাছা জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ "বুছুদিমা" সপ্তাহজুৰি পালন কৰা হ'ব ডিমা হাছাওত ৷ তাৰোপৰি কেন্দ্ৰীয়ভাবে 31 জানুৱাৰী পালিত হয় বুছু উৎসৱ ৷

author img

By

Published : Jan 27, 2020, 6:12 PM IST

Updated : Jun 27, 2022, 3:33 PM IST

ডিমা হাছাওত পালন কৃষি ভিত্তিক উৎসৱ বুছুদিমা
busudima celebration at dima hasao

ডিমা হাছাও 27 জানুৱাৰী: সোমবাৰৰ পৰা আৰম্ভ হয় ডিমাছা জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ "বুছুদিমা" ৷ সপ্তাহজুৰি এই বুছুদিমা উৎসৱ পালন কৰা হ'ব পাহাৰীয়া জিলাখনত । বুছুদিমা হৈছে ডিমাছা জনগোষ্ঠীৰ বিহু । ধান তোলাৰ পিছত প্ৰতি বছৰে 27 জানুৱাৰী এই বুছুদিমা উৎসৱ পালন কৰা হয় । তাৰোপৰি কেন্দ্ৰীয়ভাবে 31 জানুৱাৰী পালিত হয় বুছু । চলিত বৰ্ষত কেন্দ্ৰীয়ভাবে 31 জানুৱাৰী মাইবাঙত পালিত হ'ব বুছুদিমা উৎসৱ । এই কৃষি ভিত্তিক উৎসৱত ডিমাছা জনগোষ্ঠীৰ মানুহে পৰম্পৰাগত বাচি ঢোল লৈ লোক নৃত্য কৰে । ডিমাছা যুৱক যুৱতী পৰা আৰম্ভ কৰি সকলোৱে পৰম্পৰাগত বাচি আৰু ঢোলৰ তালত লোক নৃত্য কৰা পৰিলক্ষত হয় ।

আৰু পঢ়কঃ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ

Last Updated : Jun 27, 2022, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.